কামৰূপ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিষয়াৰ অবিবেচকী কাণ্ডত ক্ষুব্ধ মহানগৰবাসী
গুৱাহাটী কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিষয়াৰ অবিবেচকী কাণ্ডৰ ফলত মহানগৰীত দৈনন্দিন যাতায়াত ব্যৱস্থাত বেমেজালিৰ সৃষ্টি হৈছে। মহানগৰৰ ...
গুৱাহাটী কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিষয়াৰ অবিবেচকী কাণ্ডৰ ফলত মহানগৰীত দৈনন্দিন যাতায়াত ব্যৱস্থাত বেমেজালিৰ সৃষ্টি হৈছে। মহানগৰৰ ...
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ত বংশবৃক্ষ পৰীক্ষণৰ কাম পুনৰ আৰম্ভ হৈছে যদিও সাতখন ৰাজ্যই অসম চৰকাৰে পৰীক্ষণৰ বাবে পঠোৱা ...
ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ স্বৰূপ উদঙাই এইবাৰ যোৰহাটত সংঘটিত হ’ল বাঘ হত্যাৰ আন এক ঘটনা। জীৱশ্ৰেষ্ঠৰ হিংসাৰ বলি হৈ ...
২৭ ফেব্ৰুৱাৰিৰ মেঘালয় নিৰ্বাচনলৈ মাত্ৰ ন দিন বাকী থকা অৱস্থাত সন্দেহযুক্ত জি এন এল এ’ (Garo National Liberation Army) উগ্ৰপন্থীয়ে ...
নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ ১০০ গৰাকীয়েই কোটিপতি। ২৭ ফেব্ৰুৱাৰিত হ’ব লগা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ ...
দেওবাৰে গোলাঘাট জিলাৰ দেৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বাদুলীপাৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাৰ ফলত দুজনকৈ যুৱকৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য ...
কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। নিৰ্বাচনটোত ৰাজ্যখনৰ ৭৬ শতাংশ ভোটদাতাই ভোটদান কৰে। অৱশ্যে এইবাৰ ভোটদানৰ হাৰ যোৱাবাৰৰ ...
দেওবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয়ত এক উত্তেজনাৰ সৃষ্টি হয়। চালকৰ সাক্ষাৎকাৰৰ দিন স্থিগত ৰখাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ...
চন ১৯৮৩| জুয়ে পোৰা তিৰাশী| আমি তেতিয়া হাইস্কুলীয়া ছাত্ৰী| বাতৰিকাকত আৰু ৰেডিঅ’ৰ মাধ্যমেৰে আন্দোলনৰ খবৰবোৰ পাইছিলোঁ| ঘৰৰ ডাঙৰবিলাকৰ চিন্তিত মুখবিলাকে ...
গাৰো পাহাৰৰ পৰা লোকসভা সাংসদ হিচাপে থকা সময়খিনিত একো কাম নকৰিলে বুলি বিজেপিৰ প্ৰাৰ্থী বিলিকিড এ ছাংমায়ে তোলা অভিযোগৰ বিৰুদ্ধে দক্ষিণ তুৰা সমষ্টিৰ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd