• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি পৰীক্ষণ : সাতখন ৰাজ্যই এতিয়াও ঘুৰাই পঠোৱা নাই এখনো পৰীক্ষিত নথি

নবাৰুন গুহ by নবাৰুন গুহ
February 19, 2018 8:33 am
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ত বংশবৃক্ষ পৰীক্ষণৰ কাম পুনৰ আৰম্ভ হৈছে যদিও সাতখন ৰাজ্যই অসম চৰকাৰে পৰীক্ষণৰ বাবে পঠোৱা এখনো নথি ঘুৰাই পঠোৱা নাই।

নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ সময়লৈকে পৰীক্ষণৰ বাবে গ্ৰহণ কৰা ৫.৫ লাখ নথি পত্ৰৰ ভিতৰত ১.৬ লাখ পৰীক্ষিত নথিহে ঘুৰাই পঠাইছে।

Apply Now

চত্তীশগড়,দদ্ৰা আৰু নগৰ হাভেলি, দমন আৰু ডিউ, আন্দামান আৰু নিকোবৰ আইল্যাণ্ড, লক্ষদ্বীপ, পণ্ডিচেৰী আৰু গোৱা-এই ৰাজ্যকেইখনে এতিয়ালৈকে এখনে নথি ঘুৰাই পঠোৱা নাই।

চৰকাৰী তথ্য অনুসৰি চত্তীশগড়লৈ ১১৪ খন, দাদ্ৰা আৰু নগৰ হাভেলিলৈ ২১ খন, দমন আৰু ডিউলৈ ২৪খন, আন্দামান আৰু নিকোবৰ আইল্যাণ্ডলৈ ৩৪ খন লক্ষদ্বীপলৈ ১ খন, পণ্ডিচেৰীলৈ ৭খন আৰু গোৱালৈ ১৮২ খন নথি প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ আগেয়ে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই কৈছিল যে পশ্চিমবংগই ইয়ালৈ পঠোৱা ১১১,৪৮২খন নথিৰ ভিতৰত মাত্ৰ ৫,৮৫২ খন নথিহে ঘুৰাই পঠাইছে।

কেইবাবাৰো নথি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পিছতো মমতা বেনাৰ্জী চৰকাৰে লক্ষাধিক নথি পৰীক্ষণ কৰাত ব্যৰ্থ হৈছে যাৰ বাবে প্ৰথমখন খচৰাত বহুলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।

পৰীক্ষণৰ বাবে অসম চৰকাৰে প্ৰেৰণ কৰা নথিসমূহ পৰীক্ষা কৰি ঘুৰাই পঠোৱাৰ ক্ষেত্ৰত কেইখনমান ৰাজ্যৰ সঁহাৰি যথেষ্ট ভাল। সেইবোৰৰ ভিতৰত হাৰিয়ানাই (১৮৪৮ খন নথিৰ ভিতৰত ৬১৮ খন পৰীক্ষণ কৰিছে), জম্মু আৰু কাশ্মীৰে (৩৩২ খনৰ ভিতৰত ১৮৯ খন), ছিকিমে (৫০০ খনৰ ভিতৰত ১৪৮খন), পঞ্জাৱে (১৪৬৫ খনৰ ভিতৰত ১৮৯ খন), কেৰালাই(৩৪৩ খনৰ ভিতৰত ১০২খন) আৰু ৰাজস্থানে (১৪,৯৮২ খনৰ ভিতৰত ৮২৪৯খন) নথিৰ পৰীক্ষা সম্পন্ন কৰি ঘুৰাই পঠিয়াইছে।

প্ৰথম পৰ্যায়ত দাখিল কৰা নথিৰ বংশবৃক্ষৰ লগত সম্পৰ্কিত ভুলসমূহ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত পুনৰ পৰীক্ষা কৰি সংশোধন কৰা হ’ব। নাম, বানান, বৈবাহিক সূত্ৰে সলনি হোৱা উপাধি, ভুল নামৰ অন্তৰ্ভুক্তি ইত্যাদি আসোঁৱাহসমূহ এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ আগেয়ে সংশোধন কৰা হ’ব।

 

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd