DMCA.com Protection Status
দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয় এটা ক’ৰিডৰৰ প্ৰস্তাৱ বীৰেন সিঙৰ

নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ বাবে মণিপুৰৰ প্ৰশাসনিক তথা ভৌগোলিক গাঁথনি সলনি কৰিবলৈ দিব নোৱাৰি : বীৰেন সিং

মণিপুৰ বিধানসভাই যোৱা শুকুৰবাৰে স্পষ্ট প্ৰস্তাৱত কয় যে নাগা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে কৰা নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত ৰাজ্যখনৰ বৰ্তমানৰ ...

চিকিৎসকৰ চাকৰিৰ নিযুক্তিত বয়সৰ সীমা দহ বছৰলৈ বৃদ্ধি কৰিলে মেঘালয় চৰকাৰে

মেঘালয়ৰ নিৰ্বাচন : বৰদিনৰ পিছতে প্ৰকাশ পাব কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা

মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে অহা বছৰৰ প্ৰথম ভাগতে ৰাজ্যখনত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বৰদিনৰ পিছতে দুটা পৰ্য্যায়ত প্ৰাৰ্থীৰ তালিকা ...

কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা গুৱাহাটীত : নিৰাপত্তাজনিত পৰিস্থিতিৰ লগতে এন আৰ চি প্ৰক্ৰিয়াৰ পৰ্য্যালোচনা

কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা গুৱাহাটীত : নিৰাপত্তাজনিত পৰিস্থিতিৰ লগতে এন আৰ চি প্ৰক্ৰিয়াৰ পৰ্য্যালোচনা

  আজি কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাই গুৱাহাটীত অসমৰ সাম্প্ৰতিক নিৰাপত্তাজনিত পৰিস্থিতিৰ এক পৰ্য্যালোচনা সভাত গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবৰ সৈতে ...

কাজিৰঙাৰ প্ৰবীণ সাংবাদিক বাপকন দাসৰ পৰলোক প্ৰাপ্তি

কাজিৰঙাৰ প্ৰবীণ সাংবাদিক বাপকন দাসৰ পৰলোক প্ৰাপ্তি

হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰাপক কাজিৰঙাৰ প্ৰবীণ সাংবাদিক, সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাপকন দাসৰ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে। গুৱাহাটীৰ এখন ...

তিনিচুকীয়াত ৰাজ্য ভাষা প্ৰয়োগৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ

তিনিচুকীয়াত ৰাজ্য ভাষা প্ৰয়োগৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ

১৯৬০ চনৰ ৰাজ্য ভাষা আইন অনুসৰি তিনিচুকীয়াত ১০০ শতাংশ অসমীয়া ভাষা প্ৰয়োগৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ...

ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী

ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী

ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছে ২২ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ সংস্থাটেৰ ২৬ তম বছৰেকীয়া মহাসভা আৰু ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে। ...

Page 6026 of 6098 1 6,025 6,026 6,027 6,098

Recent News