DMCA.com Protection Status

অধিক কাৰ্যকৰী বিষনাশক ঔষধ আৱিষ্কাৰ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে

তেজপুৰ বিশ্ববিদ্যালয় তথা সমগ্ৰ ৰাজ্যখনলৈকে সুসংবাদ কঢ়িয়াই বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপক-গৱেষকে সাপৰ বিষ নাশ কৰিব পৰা অধিক কাৰ্য্যকৰী ঔষধ আৱিষ্কাৰ কৰিছে। ...

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ এখন স্থায়ী সমিতিয়ে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰে। সমিতিখনৰ অধ্যক্ষ তথা লোকসভা ...

আৰ এছ এছ নেতাৰ খচৰা নাগা চুক্তিৰ প্ৰতিবাদ হাফলঙত

খচৰা নাগা চুক্তিৰ ব্যাপক প্ৰতিবাদ হাফলঙত, আৰ এছ এছ নেতাক গ্ৰেপ্তাৰৰ দাবী

আৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা ...

আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান য়ু এন এল এফ ডব্লিউৰ

আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান য়ু এন এল এফ ডব্লিউৰ

উত্তৰ -পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠন সমুহৰ উমৈহতীয়া সংগঠন য়ুনাইটেড নেশ্যনেল লিবাৰেইশ্যন ফ্ৰন্ট অব ছাউথ-ইষ্ট এছিয়াই আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে। ...

অনূৰ্ধ্ব ২৩ ক্ৰিকেট : ২০১ ৰানৰ বৃ্হৎ ব্যৱধানত ছিকিমক হৰুৱালে নাগালেণ্ডে

অনূৰ্ধ্ব ২৩ ক্ৰিকেট : ২০১ ৰানৰ বৃ্হৎ ব্যৱধানত ছিকিমক হৰুৱালে নাগালেণ্ডে

নাগালেণ্ডে বিচিচিআই অনূৰ্ধ্ব ২৩ এদিনীয়া প্ৰতিযোগিতাৰ উত্তৰ-পূব আৰু বিহাৰ জ’নৰ পাটনাত অনুষ্ঠিত প্ৰথমখন খেলত ছিকিম দলক ২০১ ৰানত পৰাস্ত কৰে। ...

নেচনেল পঞ্জাৱ

ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ৰ খিতাপ দখল পাঞ্জাব নেশ্যনেল বেংকৰ

ইম্ফলত অনুষ্ঠিত বি ডিভিজন ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ত পাঞ্জাব নেশ্যনেল বেংকে খিতাপ দখল কৰে। দেওবাৰে ইম্ফলৰ খুমান লাম্পাট ...

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত অখিল গগৈৰ এজাহাৰ দাখিল

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত অখিল গগৈৰ এজাহাৰ দাখিল

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে  আজি মহানগৰীৰ বশিষ্ঠ থানাত অখিল গগৈয়ে এখন এজাহাৰ দাখিল কৰে। কোনো নাম উল্লেখ নকৰাকৈ গগৈয়ে বিত্ত, পৰিবহন ...

ভুৱা প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট দাখিল কৰাৰ বাবে মণিপুৰত ছয় গৰাকী স্নাতক শিক্ষকক বৰ্খাস্ত

ভুৱা প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট দাখিল কৰাৰ বাবে মণিপুৰত ছয় গৰাকী স্নাতক শিক্ষকক বৰ্খাস্ত

মণিপুৰ চৰকাৰৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত স্নাতক শিক্ষকৰ চাকৰি লাভৰ বাবে ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ দাখিল ...

Page 6029 of 6187 1 6,028 6,029 6,030 6,187

Recent News