• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়তে চিকিৎসকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত; নিৰ্বিকাৰ ‘শীতল মস্তিষ্ক’ৰ অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2024 11:58 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চোকা অস্ত্ৰৰে চিকিৎসক হানি খুচি থৈ চিকিৎসালয়ৰ কৰিড’ৰেৰে নিৰ্বিকাৰভাৱে ওলাই গৈছে এজন যুৱক। হঠাৎ কেইজনমানে চিঞৰি উঠিল, ‘সেই ল’ৰাটোৱে মাৰিলে, ধৰ তাক৷’ হুলস্থুল শুনি চিকিৎসালয়খনৰ নিৰপত্তাৰক্ষীসকলে তাক কৰায়ত্ত কৰে।

তেনে এটা হাড় কঁপোৱা ঘটনাৰ ভিডিঅ’ বুধবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। গুৰুতৰভাৱে আহত চিকিৎসক বালাজী জগন্নাথৰ চিকিৎসা আৰম্ভ হৈছে। আৰু সেই যুৱকজন? তেওঁ কোন? দৰাচলতে ঘটনাটো কি?

তামিলনাডুৰ কলাইগনাৰ চেণ্টেনাৰী চৰকাৰী চিকিৎসালয়। সেইদিনাই ভিগনেশ নামৰ যুৱকজনৰ বিৰুদ্ধে চিকিৎসকক উপৰ্যুপৰি ছুৰীকাঘাত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ভিগনেশৰ মাতৃ এগৰাকী কেন্সাৰ ৰোগী। নিয়মীয়াকৈ কেমো চলে। ভিগনেশে অভিযোগ কৰে যে চিকিৎসকে মাকৰ সঠিক চিকিৎসা কৰা নাই। গতিকে মাতৃৰ স্বাস্থ্য বেয়া হৈ গৈ আছে। আৰক্ষীৰ জেৰাত জনায় যে সেই খঙৰ বাবেই তেওঁ চিকিৎসালয়খনৰ কেন্সাৰ ৱাৰ্ডত এই কাম কৰিছিল।

Apply Now

লগতে পঢ়কঃ ইজৰাইলৰ সেনাৰ হৈ যুঁজ দিয়া ভাৰতীয়, গাজা যুদ্ধত নিহত মিজো যুৱক

ডাক্তৰ বালাজী জগন্নাথক চোকা দাৰে কেইবাবাৰো ছুৰীৰে আঘাত কৰি চিকিৎসালয়ৰ পৰা ওলাই আহে বিগনেশ। যদিও ভাইৰেল ভিডিঅ’টোত ছুৰীৰে আঘাত কৰা এই মুহূৰ্তটো বন্দী হোৱা নাই, তথাপিও নিৰ্বিকাৰভাৱে খোজকাঢ়ি যোৱা ছবি বন্দী হৈছে। ইয়াৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষীসকলে ভিগনেশক ঘেৰি ধৰিলে।

ভিডিঅ’টোত এবাৰো তেওঁক পলাবলৈ চেষ্টা কৰা দেখা পোৱা নাই। ভিগনেশে অবিৰতভাৱে তৰ্কাতৰ্কি কৰি থাকিল। ভিডিঅ’টোত ভিগনেশে কোৱা শুনা গৈছে যে ‘আপোনাৰ মা-দেউতা বিপদত পৰিলে কি কৰিলেহেঁতেন?’

বৰ্তমান সেই চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে চিকিৎসক বালাজী। বুকুত পেচমেকাৰ স্থাপন কৰা হৈছে। কপাল, পিঠি আৰু কাণত আঘাতপ্ৰাপ্ত হৈছে। তেওঁক আই চি ইউত ৰখা হৈছে। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে।

লগতে পঢ়কঃ বিশ্বক দেখুৱাব পথ! কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভূটানৰ নেতৃত্বত গঠন নতুন মঞ্চ ‘জি-জিৰ’

ইপিনে, চেন্নাইৰ এই ঘটনাই পুনৰবাৰ চিকিৎসকৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নৰ উত্থাপন কৰিছে। ইতিমধ্যে এই ঘটনাৰ প্ৰতিবাদত তামিলনাডুৰ চিকিৎসকে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd