• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমত পৰিছে নেকি সহকৰ্মীৰ? তেন্তে জানি লওক হৃদয় জয় কৰাৰ এইকেইটা মন্ত্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 28, 2024 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো কৰ্মচাৰীয়েই দিনটোৰ বেছিভাগ সময় কৰ্মক্ষেত্ৰতে কটায়। কৰ্মক্ষেত্ৰত থাকে নাৰী-পুৰুষ আৰু বিভিন্ন বয়সৰ, বিভিন্ন ধৰণৰ বন্ধু। কোনে জানে কৰ্মক্ষেত্ৰত লগ পোৱা সহকৰ্মীৰ প্ৰতিও জাগ্ৰত হ’ব পাৰে প্ৰেম!

যদি এনে পৰিস্থিতি আপোনাৰ হয়, তেন্তে কেনেকৈ হৃদয় জয় কৰিব মানুহৰ হৃদয় সহকৰ্মীৰ?

Apply Now

আপোনাৰ অফিচৰ HR ৰ নীতিত এনে কোনো বাধা-নিষেধ নাই যে আপুনি সহকৰ্মীৰ প্ৰেমত পৰিব নোৱাৰিব। কিন্তু প্ৰেমৰ সম্পৰ্কৰ প্ৰভাৱ কাৰ্যালয়ত আপুনি দেখুৱাব নোৱাৰে। গতিকে কাৰ্যালয়ৰ বাহিৰত তেখেতৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰক।

কামৰ সমান্তৰালকৈ মানুহৰ চৰিত্ৰও এটা গুৰুত্বপূৰ্ণ অংগ। গতিকে নিজৰ চৰিত্ৰৰ ওপৰত চকু ৰাখক। কৰ্মক্ষেত্ৰত ভাল হৈ থকাৰ সময়তে সহকৰ্মীসকলক সহায় কৰক। বিপদত তেওঁলোকৰ কাষত থিয় হওক। এনে বৈশিষ্ট্যই মানুহক আকৰ্ষণ কৰে। গতিকে এজন ভাল অফিচ কৰ্মী হোৱাৰ উপৰিও এজন ভাল মানুহ হওক।

যদি আপুনি সঁচাকৈয়ে সহকৰ্মী এজনক ভাল পায় তেন্তে তেওঁৰ ওপৰত চকু ৰাখক। অফিচত কাৰোৰে লগত ফ্লাৰ্ট কৰাৰ ভুল নকৰিব। কৰ্মক্ষেত্ৰত নিজকে ব্যস্ত কৰি ৰাখক। তাৰ মাজত কেৱল আপুনি ভালপোৱা গৰাকীৰ ওপৰতহে চকু দিয়ক। আপুনি ভাল পোৱা মানুহজনক দিনে নিশাই পতিয়ন নিয়াব নালাগে যে আপুনি তেওঁক ভাল পায়।

অফিচৰ কোনোবাই আপোনাক ভাল পায়। আওকাণ নকৰাই ভাল। মানুহৰ মনত কি উচ্চাকাংক্ষা আছে কোনেও কব নোৱাৰে। গতিকে ভাল লগা মানুহবোৰক কিবা ক’ব লগা হ’লে পোনপটীয়াকৈ কওক। সহকৰ্মীৰ লগত চাহ খাবলৈ যাওক, কেতিয়াবা দুপৰীয়াৰ আহাৰ খাওক আৰু আড্ডাও মাৰক। মনত ৰাখিব যে একেলগে কিছু সময় কটোৱাৰ কোনো বিকল্প নাই। অৱশ্যে প্ৰথমতে দুপৰীয়াৰ আহাৰ হওক বা চাহ হওক দলীয়ভাবে কৰক। পিছত ‘তেওঁ’ অনুমতি দিলে বেলেগে আপোনাক দুজনে আহাৰ খাবলৈ যাওক।

শেষত এটা কথা জনাটো অতি প্ৰয়োজনীয়। কাৰোবাক ভাল পোৱাৰ আগতে তেওঁৰ সম্পৰ্কৰ অৱস্থা জানি লওক। তাৰ পিছত আগবাঢ়িব। মনত ৰাখিব, প্ৰেম আৰু কৰ্ম দুয়োটাতে সৎ প্ৰচেষ্টাৰ কোনো বিকল্প নাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd