• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭ এপ্ৰিলত শিৱসাগৰত ভোটদান সজাগতা ৰেলি : ভাগ ল’ব অৰ্জুন ভোগেশ্বৰ বৰুৱা, মানস ৰবীনে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 2, 2019 6:45 am
উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকৰ দৃশ্য।

উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰক আগন্তুক লোকসভা নিৰ্বাচনত  ভোটদান কৰিবলৈ আকৃষ্ট কৰাৰ হকে অহা ৭ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা সমগ্র নিৰ্বাচনী জিলাখনতে “ৱাক ফৰ ভোট (Walk for Vote)” শীৰ্ষক ভোটদান সজাগতা ৰেলি অনুষ্ঠিত কৰা হ’ব।

শিৱসাগৰ নগৰৰ ব’ৰ্ডিং খেলপথাৰৰ লগতে জিলাখনৰ ৪টা উন্নয়ন খণ্ড আৰু ৬২খন গাঁও পঞ্চায়ত এই ৰেলি অনুষ্ঠিত কৰা হ’ব। শিৱসাগৰ নগৰত ৰেলিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব SVEEP(Systematic Voters’ Education and Electoral Participation )-অৰ শিৱসাগৰ জিলা আইকন (Diatrict Icon) অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অন্যান্যসকলৰ সৈতে SVEEP ৰ জিলা দূত (District Ambassador) মানস ৰবীনেও ৰেলিত অংশগ্ৰহণ কৰিব।

Apply Now

এই ৰেলিত জিলা প্ৰশাসনৰ সমূহ বিষয়-ববীয়া আৰু কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা আৰু সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰিব।

ৰেলিটো সম্পৰ্কে সবিশেষ জনোৱাৰ উদ্দেশ্যে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি নিৰ্বাচন বিষয়া জগদীশ ব্ৰহ্মই SVEEP -অৰ অধীনত সমাগত লোকসভা নিৰ্বাচনত নির্বাচনী জিলাখনৰ ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

SVEEP ৰ অধীনত ইতিমধ্যে জিলাখনত ৪৫,৫৬৫টা ম’ক প’ল অনুষ্ঠিত কৰি ৫৫,০০০ ভোটাৰ ৰাইজৰ মাজত ই ভি এম আৰু ভিভিপেট (VVPAT)-অৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হৈছে।

সাধাৰণ সেৱাকেন্দ্ৰসমূহৰ i-help পদক্ষেপৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ত  চি-ভিজিল, PWD আদি এপৰ সেৱা আগ বঢ়াই থকা হৈছে বুলিও ব্ৰহ্মই উল্লেখ কৰে। সভাত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে জিলাখনত স্বচ্ছ আৰু নিৰপেক্ষ ভোটদান সুনিশ্চিত কৰাৰ হ’কে সংশ্লিষ্ট সকলোৰে সহায়- সহযোগিতা কামনা কৰে।

সভাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, অধ্যাপক ডঃ প্ৰতীম শৰ্মা, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী আৰু ভালে সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd