• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় বন খেল সমাৰোহত ৰূপৰ পদক লাভ কৰা অৰ্জুন ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 19, 2019 8:52 am
Arjun Chetry

বোকাখাতৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে অৰ্জুন ছেত্ৰী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তিশগড়ৰ ৰায়পুৰত অলপতে অনুষ্ঠিত হৈ যোৱা ২৪ সংখ্যক সদৌ ভাৰত বন ক্ৰীড়া সমাৰোহতত অসম বন বিভাগৰ হৈ অংশ লোৱা বোকাখাতৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰৰ দিনা নিজৰ বাসগৃহত আহি উপস্থিত হোৱা অৰ্জুন ছেত্ৰীক তেওঁ বাসগৃহত বিপুলভাৱে আদৰণি জনোৱা হয় ৷

বোকাখাতৰ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত সৰ্ব ভাৰতীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই অনাৰ বাবে অৰ্জুনক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ ভাৰতীয় বন ক্ৰীড়া সমাৰোহৰ এই সফলতাৰ উপৰিও অৰ্জুন ছেত্ৰী বিগত সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাহিদ্যালয়ৰ প্ৰতিযোগিতাতো স্বৰ্ণ পদক বিজেতা আছিল ৷

Apply Now

অৰ্জুন ছেত্ৰী বৰ্তমান অসম চৰকাৰৰ বন সুৰক্ষা বাহিনীত কৰ্মৰত ৷ অৰ্জুনৰ এই সাফল্যই বোকাখাতৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ উপৰি বনকৰ্মীসকলকো আনন্দিত কৰি তুলিছে ৷

উল্লেখ্য যে সৰ্ব ভাৰতীয় এই প্ৰতিযোগিতাত অসমৰ বন বিভাগৰ দলটিয়ে সাতোটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৩ জানুৱাৰিলৈ ৰায়পুৰত অনুষ্ঠিত এই প্রতিযোগিতাত বন বিভাগেৰ বিষয়-কৰ্মচাৰীৰে গঠিত ৩৩ জনীয়া এটি দলে অংশগ্রহণ কৰিছিল। প্রথমবাৰৰ বাবে সাতটাকৈ পদক লাভ কৰি দলটোৱে অইন বছৰৰ তুলনাত এইবাৰ চমকপ্রদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে।

দলটোৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা ৰেঞ্জৰ ৰেঞ্জাৰ ৰবীন বৈশ্যই ভাৰত্তোলনত এটা সোণৰ আৰু এটা ব্ৰঞ্জ সহ দুটা  পদক, বন সুৰক্ষা বাহিনীৰ নয়ন মনি শইকীয়াই ভাৰত্তোলনত এটা সোণৰ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ তেজছ মৰিশ্বামীয়ে স্কোৱাছত ৰূপৰ পদক, ধূলাৰ বনৰক্ষী বিজয় চেতিয়া পাত্রই শ্বটপুটত এটা ৰূপৰ আৰু ডিচকাছ থ্র’ত ব্ৰঞ্জৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ হৈ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd