DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

NSCNৰে জড়িত থকাৰ অভিযোগত বিশেষ ভাৱে সক্ষম ব্যক্তিক নিৰ্মম অত্যাচাৰ সেনাৰ, ৰাইজৰ থানা ঘেৰাও

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 25, 2021 7:09 pm
arrest-1579498383
194
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমাৰ পাটকাই পাদদেশত অৱস্থিত লিডুৰ ৩ নং মালো গাৱঁৰ এগৰাকী বিশেষ ভাৱে সক্ষম জনজাতীয় ব্যক্তিক জাগুনস্থ  ৰাজপুতনা ৰাইফলচৰ জোৱানে নি শাৰিৰীক ভাৱে নিৰ্মম অত্যাচাৰ চলোৱা ঘটনাকলৈ জনজাতীয় ৰাইজৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি লিডু থানাত জনজাতীয় ৰাইজে মানৱ শৃংখল কাৰ্যসূচীৰে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাটকাই পাহাৰৰ পাদদেশত অৱস্থিত ৩ নং মালৌ গাৱঁৰ ৰাঙে হাখুন নামৰ ৪৫ বছৰীয়া বিশেষ ভাৱে সক্ষম ব্যক্তি এগৰাকীক জাগুনস্থ ৰাজপুতনা ৰাইফলচৰ জোৱান আৰু আই এন টি লোকৰ দ্বাৰা নিৰ্মম শাৰিৰীক অত্যাচাৰৰ সন্মুখীন হোৱাকলৈ জনজাতীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

২৩ জুলাই তাৰিখে পৰিয়ালৰ লোকৰ অজ্ঞাতে নগা বিদ্ৰোহী সংগঠন NSCN ৰে জড়িত থকাৰ অভিযোগত পথৰ পৰাই গাড়ীত উঠাই লৈ গৈছিল লোক জনক।

পৰিয়ালৰ লোকে নিৰুদিষ্ট হোৱা বুলি ভাৱি ২৪  জুলাইত লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ।  পিছত  ব্যক্তিজনে পলাই সাৰিবলৈ সক্ষম হয়।

টিৰাপ স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিয়ে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তক সবিশেষ জনাই ন্যায় বিচৰাৰ লগতে মানৱাধিকাৰ আয়োগৰ ওচৰত গোচৰ তৰিব বুলি জানিবলৈ দিছে ।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd