• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰিব ভাৰতীয় সেনাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2021 9:54 am

1 min read

indian-flag
193
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত ভাৰতীয় সেনাই ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰিব। উপত্যকাটোত এইখনেই হ’ব আটাইতকৈ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা।

সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে দেশৰ ছ’লাৰ ইণ্ডাষ্ট্ৰীজৰ সৈতে এই বিষয়ে তেওঁলোকৰ কথা হৈছে। গুলমাৰ্গত ১০০ ফুট উচ্চতাৰ পতাকা স্থাপনৰ কথা ভাৱিছে তেওঁলোকে।

বাতৰি অনুসৰি, গুলমাৰ্গৰ বিখ্যাত স্কী ৰিছ’ৰ্ট অঞ্চলৰ ডিভিজন জেনেৰেল অফিচাৰ অফ কমাণ্ডিং মেজৰ জেনেৰেল বীৰেন্দ্ৰ ভাটে দেওবাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বলীউদৰ প্ৰযোজক-অভিনেতা আৰবাজ খান আৰু অভিনেত্ৰী বিদ্যা বালান উপস্থিত আছিল।

সূত্ৰসমূহৰ মতে পাতাকাখন প্ৰায় ৯হাজাৰ ফুট উচ্চতাত বহুওৱা হ’ব।

ইয়াৰ মাজতে পাকিস্তানত সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ ঘটনা ঘটিছে। প্ৰায় ১০০জন কাশ্মীৰি যুৱকে সঠিক ভিছা লৈ পাকিস্তানত প্ৰবেশ কৰাৰ পাছত এতিয়ালৈকে তেওঁলোক উভতি অহা নাই।

আনহাতে, বহুতেই যোৱা বছৰ ভাৰতলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে। চোৰাংচোৱা বিভাগে এই যুৱকসকলে শ্লীপাৰ চেলত যোগদান দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd