DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত ক’ৰ’নাৰ নতুন প্ৰজাতি ডেল্টা প্লাছত আক্ৰান্ত ৪০ জনৰো অধিক লোক

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2021 6:36 pm
vir
242
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ মহা সংক্ৰমণে সংহাৰৰ সৃষ্টি কৰা ভাৰতত এতিয়া এই মাৰাত্ম ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছে মতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে। দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০ জনৰো অধিক হৈছে।

ইয়াৰ ভিতৰত ২১ জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো।অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে।

অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰী ভাবে ডেল্টা প্লাছ প্ৰজাতি ৰুধিব পাৰে সেয়া এতিয়াও প্ৰমাণ হোৱা নাই বুলি তেওঁ কয়।

এতিয়ালৈকে বিশ্বৰ ৯ খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য কোভিডৰ দ্বিতীয়টো ঢৌৱে কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগ বিধৰ তৃতীয়টো ঢৌ আহিবলৈ আৰু বেছি দিন নাই।

৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হৈ যাব কোভিডৰ তৃতীয়টো ঢৌ। এই ভয়াৱহ তথ্য দিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডাঃৰমদীপ গুলেৰিয়াই।

গুলেৰিয়াই কয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকক ভেকচিন প্ৰদান কৰাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। কোভিশ্বিল্ড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাজত ৰখা ব্যৱধানে বহুতকে ৰোগ বিধৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

ঠায়ে ঠায়ে লকডাউন খুলি দিয়াৰ লগে লগে কোভিড সংক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাব বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে দেশত ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌ অহাটো নিশ্চিত।

ক’ৰ’না ভাইৰাছে সততে ইয়াৰ চৰিত্ৰ সলনি কৰিছে বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে ইয়াৰ বাবে দেশেও কোভিডক ৰূধিবলৈ নতুন ভাবে প্ৰস্তুত হ’ব লাগিব।উল্লেখ্য অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। এনে সময়তে ডেল্টা প্লাছে নতুন বিপদ মাতিছে।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd