• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এৰাউণ্ড গুৱাহাটী ফুদ ফেষ্টিভেল|| খ্ৰীষ্টমাছৰ বতৰত সংগীত আৰু খাদ্যৰ অনন্য উদযাপন; আহিব ল’কেল ট্ৰেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2019 5:19 pm
Around Guwahati Food Festival: A culinary fair with a difference
351
VIEWS
Share on FacebookShare on Twitter

ভোজনপ্ৰেমীৰ বাবে সুখবৰ লৈ এই খ্ৰীষ্টমাছত আহি আছে অনন্য খাদ্য মেলা এৰাউণ্ড গুৱাহাটী ফুদ ফেষ্টিভেল।

আয়োজকসকলে জনোৱামতে, অহা ২৩ ডিচেম্বৰৰ পৰা চলিব লগা এই মেলা হ’ব খাদ্য, সংগীত আৰু খ্ৰীষ্টমাছৰ একত্ৰ অপূৰ্ব উদযাপন।

গুৱাহাটীৰ খানাপাৰাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মেলাখন অনুষ্ঠিত হ’ব।

মেলাখনত আয়োজকে দেশৰ সৰ্বশ্ৰেষ্ঠ ৰেষ্টোঁৰা, ফুদ জইণ্ট আৰু হ’ম কুকসকলক একত্ৰিত কৰাৰ চেষ্টা কৰিছে।

দৰ্শনাৰ্থীৰ আনন্দৰ বাবে এখন ভোজন প্ৰতিযোগিতাৰো ব্যৱস্থা কৰা হৈছে। ১০টাতকৈ অধিক শিতানত চলিব খোৱাৰ প্ৰতিযোগিতা।

মেলাখনৰ প্ৰৱেশ পত্ৰ গুৱাহাটীৰ কেইবাটাও স্থানত উপলব্ধ, অনলাইন টিকেটৰ ব্যৱস্থা নাই। তলৰ ছবিত প্ৰৱেশ পত্ৰ পোৱা ঠাইসমূহ উল্লেখ আছে।

Around Guwahati Food Festival: A culinary fair with a difference

তাৰোপৰি, দৰ্শনাৰ্থীৰ লগতে অংশগ্ৰহণকাৰীসকলৰ বাবে খাদ্য বিষয়ক কৰ্মশালাও ঠাইতে অনুষ্ঠিত হ’ব।

খাদ্যৰ লগতে তিনিওটা দিনতে থাকিব দেশৰ বচা বচা সংগীত প্ৰতিভাৰ আকৰ্ষণীয় অনুষ্ঠান।

বিশেষ আকৰ্ষণ হ’ব দিল্লীৰ ৰক বেন্দ দি ল’কেল ট্ৰেইন।

আয়োজকে জনোৱামতে, দেশৰ প্ৰায় ২০টামান বেন্দ/ সংগীত শিল্পীয়ে মেলাত সংগীত পৰিৱেশন কৰিব।

যোগদান তথা মেলাখনৰ সবিশেষ জানিবৰ বাবে তলৰ ছবিত থকা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Around Guwahati Food Festival: A culinary fair with a difference

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd