• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জিম্মাৰ পৰাই বিধায়ক শ্বেৰমানৰ দাবী সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হ’ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 3, 2021 9:16 am
Delhi-violence-1-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বহীদক অপমানসূচক মন্তব্য কৰি অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ আৰক্ষীৰ জিম্মাৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়।

গ্ৰেপ্তাৰ হোৱাৰ পাছত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ মন্তব্য “সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ’ব লাগে। গোটেই অসম সাম্প্ৰদায়িক মন্তব্য কৰি বিষবাষ্প বিয়পাই আছে তেওঁ।”

Apply Now

গ্ৰেপ্তাৰৰ পাছত MMCHত স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়াৰ সময়ত এই মন্তব্য কৰে বিধায়ক শ্বেৰমানে।

শনিবাৰৰ নিশাটো পানবজাৰ থানাৰ আলহী হৈ থাকে শ্বেৰমান আলী।

তেওঁৰ বিৰুদ্ধে পানবজাৰ থানাত ৫১০/২০২১ নম্বৰত এক গোচৰ ৰুজু হৈছিল।  বৰ্তমানলৈকে আৰক্ষীয়ে ধাৰা সমূহ প্ৰকাশ কৰা নাই যদিও ১২৪(এ) ধাৰাত গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে।

আজি দুপৰীয়াৰ ভাগত শ্বেৰমানক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।

শ্বহীদক “ঘাতক-হত্যাকাৰী” আখ্যা দি শনিবাৰে বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান।

অসম আন্দোলনৰ শ্বহীদক অপমান কৰি ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক অৱশেষত পাণবজাৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত দিছপুৰৰ বিধায়ক আবাসৰ পৰাই গ্ৰেপ্তাৰ কৰে।

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল। ৰাজ্যৰ থানাই থানাই বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰিছিল।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে সংবাদ মাধ্যমৰ আগত কৈছিল, ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱা হৈছিল।‘

হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাতক কেতিয়াও বন্দিত হ’ব নোৱাৰে, তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd