• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰত ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰিব নোৱাৰিলে ৩৭১ কে বাহাল কৰক, কোনে ক’লে? কি আছে ৩৭১ অনুচ্ছেদত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2021 10:54 pm
bbkk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাকলৈ উত্তপ্ত হৈ আছে ভূ-স্বৰ্গৰ পৰিবেশ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনত কাশ্মীৰৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনাত মিলিত হ’ল যদিও ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰাৰ বিষয়ত কোনো কথাকেই গুৰুত্ব দিয়া নহ’ল।

Apply Now

ইয়াৰ মাজতে আজি কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মুজাফ্ফৰ হোছেইন বাগে এইবুলি পৰামৰ্শ দিয়ে যে চৰকাৰে যদি কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰিব নোৱাৰেই তেন্তে ৩৭১ অনুচ্ছেদতেই কাশ্মীৰৰ নামটো অন্তৰ্ভূক্ত কৰক।

তেতিয়া অন্ততঃ কাশ্মীৰৰ হৃত অধিকাৰ কিছু পৰিমাণে হ’লেও ঘূৰাই পোৱা যাব বুলি বাগে কয়।

কিন্তু কি আছে সংবিধানৰ ৩৭১ অনুচ্ছেদত? সংবিধানৰ ৩৭১ অনুচ্ছেদে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।

এই অনুচ্ছেদত কাশ্মীৰৰ নামো অন্তৰ্ভূক্ত হ’লে কাশ্মীৰেও বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব বুলি বাগে মন্তব্য কৰে। ইপিনে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছে নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰ পাছত সাংবাদিকৰ আগত ওমৰ আব্দুল্লাই জানিবলৈ দিছিল যে প্ৰধানমন্ত্ৰীক তেওঁ ২০১৯ৰ ৫ আগষ্ট তেওঁলোকে নামানে বুলি স্পষ্ট কৰি জনাই দিছে।

ওমৰে আব্দুল্লাই কৈছিল,’’বিশ্বাসৰ বান্ধোন ভংগ হৈছে। এইটো এতিয়া কেন্দ্ৰৰ দায়িত্বৰ ভিতৰত পৰে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।‘’

তেওঁ লগতে কৈছিল, ‘’আমি ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিষয়টো নামানো। তথাপি আমি আইন হাতত তুলি নলও। এই বিষয়টোকলৈ লৈ আমি আদালতত যুঁজ দিম।‘’

উপত্যকাৰ নেতাগৰাকীয়ে কাশ্মীৰৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা সিদ্ধান্তসমূহ ঘুৰাই দিয়া উচিত বুলি দাবী কৰি কয় যে জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত। কেবল জম্মু-কাশ্মীৰৰ ওপৰত ডিলিমিটেশ্যন আৰোপ কৰা হৈছে। আমি আগতেই এনেধৰণৰ ডিলিমিটেশ্যনৰ কোনো দৰকাৰ নাই বুলি কোৱাৰ পাছতো সেয়া আৰোপ কৰা হৈছে।

আনহাতে, পিডিপিৰ নেত্ৰী মেহবুবা মুফটিয়ে বৈঠকৰ পাছত কৈছিল যে জম্মু-কাশ্মীৰৰ জনসাধাৰণ ২০১৯চনৰ ৫আগষ্টৰ পাছত বহু সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোক ক্ষুব্ধ হৈ পৰিছে।

তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে যিদৰে ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা হ’ল সেয়া জম্মু-কাশ্মীৰৰ জনসাধাৰণে মানি নলয়, তেওঁলোকে অপমানিত বোধ কৰিছে।

মেহবুবাই লগতে কয় যে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰৰ আন্দোলন চলাই যাব।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd