• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভা পত্ৰিকাৰ বাবে লিখনি আহ্বান ,এই ঠিকনা-ফোন নম্বৰত লেখকে কৰিব পাৰে যোগাযোগ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 24, 2021 2:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সভা পত্ৰিকাৰ ষষ্ঠ সংখ্যাটো অসমীয়া-সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিত শৰ্মাই জানিবলৈ দিছে ।

উল্লেখযোগ্য যে ইতিমধ্যে অসম সাহিত্য সভাই দুলীয়াজান সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত কাৰ্য নিৰ্বাহক সভাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড.কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আদৰণী পৰ্বত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাও উপস্থিত থাকে।

Apply Now

ড.উপেন্দ্ৰজিত শৰ্মাৰ দ্বাৰা সম্পাদিত অসম সাহিত্য সভা পত্ৰিকাৰ পঞ্চম সংখ্যাটো অসমীয়া গীতি -সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি উলিওৱা হৈছে। উক্ত সংখ্যাটো অসম সাহিত্য সভাৰ সভাপতি ড.কুলধৰ শইকীয়া ,উপসভাপতি মৃণালিনী দেৱী ,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচাই উন্মোচন কৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ শ্ৰদ্ধাৰ্ঘ্যত প্ৰকাশ পাব লগীয়া পত্ৰিকাৰ ষষ্ঠ সংখ্যাটোৰ সম্পাদনাৰ কাম চলি আছে । এই সংখ্যাটো অসমীয়া সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰা হ’ব ।

সেয়েহে অসমীয়া সাহিত্যৰ বিভিন্ন ধাৰা ,মতবাদ ,শৈলী বিচাৰ , সাহিত্যৰ প্ৰাচীনতা ,কালজয়ী অসমীয়া সাহিত্যৰ বিচাৰ -বিশ্লেষণ আদি বিষয়ৰ লগতে হোমেন বৰগোহাঞিদেৱৰ সাহিত্য কীৰ্তি ,সংবাদ সেৱা জীৱনৰ মূল্যবান বক্তব্য আদি বিষয়ক গৱেষণাধৰ্মী প্ৰৱন্ধৰ লগতে অন্য বিষয়ৰো গৱেষণামূলক প্ৰৱন্ধ অহা ১৫ জানুৱাৰীৰ ভিতৰত এই সংখ্যাত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিবলৈ অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই অনুৰোধ জনাইছে ।

প্ৰতি তিনি মাহৰ মূৰে মূৰে প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ গৱেষণাধৰ্মী পত্ৰিকাখনৰ বাবে সম্পাদকগৰাকীয়ে লেখক -সাহিত্যিকৰ তৰফৰ পৰা ভাষা -সাহিত্য -সংস্কৃতি বিষয়ক গৱেষণালব্ধ প্ৰৱন্ধ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে ।

লেখক -লেখিকাসকলে পেজমেকাৰ গীতাঞ্জলি ফণ্টত প্ৰৱন্ধটো টাইপ কৰি [email protected] অথবা [email protected] ই-মেইলত প্ৰেৰণ কৰিবলৈ পত্ৰিকা সম্পাদক গৰাকীয়ে অনুৰোধ জনাইছে ।

প্ৰৱন্ধ প্ৰেৰণৰ বাবে ইচ্ছুক ব্যক্তি বিশেষে প্ৰৱন্ধৰ বিষয় সম্পৰ্কে আগতীয়াকৈ ফোন অথবা ৱাটচ এপ যোগে যোগাযোগ কৰিব পাৰে ।

পত্ৰিকা সম্পাদকৰ ঠিকনা -ড.উপেন্দ্ৰজিত শৰ্মা ,মুৰব্বী অধ্যাপক ,অসমীয়া বিভাগ ,ভোলানাথ মহাবিদ্যালয়,ধুবুৰী । যোগাযোগৰ ভ্ৰাম্যভাষ নম্বৰ ৮৬৩৮৮২২৬৬৪ অথবা ৯৪৩৫১২৯৮৭৪ (ৱাটচ্ এপপ)।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd