• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিল্পীৰ জীৱন! চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ঢোলৰ ওজা লৱ বৰা; আৰ্থিক দৈন্যতাৰ বাবেই কৰিব পৰা নাই চিকিৎসা

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
October 8, 2021 9:23 am
Laba Bora drumer

ঢোলৰ ওজা লৱ বৰা। ফটো: নৰ্থইষ্ট নাও।

202
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ যোগনীয়া গাওঁৰ ঢোলৰ ওজা লৱ বৰা। মঘাই ওজাৰ উত্তৰসুৰী এই জন ঢুলীয়া ওজাৰ জীৱনলৈ এতিয়া নামি আহিছে দু:সময়।

একালত লৱ-কুশ যুটী ৰূপে উজনি-নামনিত ঢোলৰ ৰগৰে বিয়া-বিহু মঞ্চত আনন্দৰ বন্যা নমোৱা লৱ বৰা ওজা এতিয়া ৰোগাক্ৰান্ত।

৫৫ বছৰ বয়সতে এতিয়া তেওঁৰ আশ্ৰয় এখন বিছনা। সংগী ৰছীৰে বান্ধি থোৱা এটা ৰেডিঅ’। একালত আকাশবাণী আকাশবাণী ডিব্ৰুগড় আৰু আকাশবাণী যোৰহাট কেন্দ্ৰত বিহুৰ আগজাননী দিয়া লৱ বৰা এতিয়া যক্ষ্মা ৰোগত আক্ৰান্ত।

ঢোলৰ ওজা তথা অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া সোমনাথ বড়া ওজাৰ শিষ্য লৱ বৰা একেখন যোগনীয়া গাঁৱৰে সন্তান। সুদীৰ্ঘকাল ৰোগাক্ৰান্ত হৈ থকা লৱ ওজাই টকাৰ অভাৱৰ কৰাব পৰা নাই উন্নত চিকিৎসা।

আন্দোলনৰ সময়ত চৰকাৰে ঘোষণা কৰা ৫০ হাজাৰ টকাৰ শিল্পী সাহায্যও নেপালে লৱ ওজাই।

কোভিড কালীন সময়ত চৰকাৰে আগ বঢ়োৱা শিল্পীলৈ সকাহৰ ধনো নেপালে তেওঁ। চৰকাৰী পৃষ্ঠপোষকতাত লৱ বৰাতকৈ বহু কনিষ্ঠ শিল্পীয়ে পালে কোভিডকালীন সাহায্যৰ ধন।

সম্ভৱত: স্বভিমানী লৱ বৰা ওজাই কাৰো ওচৰত হাতো পতা নাই। তেওঁৰ লগৰ বহু জ্যেষ্ঠ-কনিষ্ঠ লোক এতিয়া ৰাজনীতি, চৰকাৰী অথবা সমাজ কল্যাণৰ কাৰ্যালয়ত কৰ্মৰত। কিন্তু কাৰো ঘূৰি চোৱাৰ সময় নাই লৱ বৰা ওজালৈ। অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাহক ঢোল বজোৱাই যেন অপৰাধ তেওঁৰ।

শেহতীয়াকৈ বোকাখাতৰ যুৱ নেতা আকাশ ফুকনে লৱ বৰা ওজালৈ আগবঢ়াইছে সামান্য আৰ্থিক সাহায্য।

লৱ বৰাৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। বিচাৰিছে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ সহযোগিতা। বোকাখাতৰ অসম গণ পৰিষদ দলৰ নেতা পালি নেতাই এই খবৰ দিবগৈনে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক?

অলপ আৰ্থিক সকাহ পালেই যেন পুনৰ গুজৰি উঠিব লৱ বৰাৰ ঢোল ৷ 

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd