• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একে স্কুলত পঢ়ুৱাইছিল নিজৰ আৰু ৰান্ধনী-ড্ৰাইভাৰৰ সন্তানক ||জে’টলি বিদায়

পিয়ুষ বৰদলৈ by পিয়ুষ বৰদলৈ
August 24, 2019 5:53 pm
arun jaitley

অৰুণ জেটলী। উৎস-ইণ্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুষমা স্বৰাজৰ দৰেই সদ্যপ্ৰয়াত অৰুণ জে’টলিও আছিল বিজেপিৰ বাজপেয়ী-যুগীয়া ৰসবোধ আৰু সৰ্বজনপ্ৰিয়তাৰ প্ৰতিনিধি।

সংসদৰ মজিয়াত মোদী চৰকাৰৰ বিপদৰ বন্ধু বাকপটু নেতাজনৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে ব্যক্তি-জে’টলিৰ “বৰ্ধিত পৰিয়াল”ৰ কথা।

Apply Now

জে’টলিৰ পৰিয়ালৰ লগত যোৱা ত্ৰিছ বছৰ ধৰি আছে প্ৰায় ১০ গৰাকী কৰ্মচাৰী। অৰুণ জে’টলিৰ ল’ৰা-ছোৱালী য’ত পঢ়িছিল, তেওঁ তাতেই পঢ়াইছিল তেওঁৰ ৰান্ধনী আৰু ড্ৰাইভাৰৰ লৰা ছোৱালীকো।

জে’টলিৰ সন্তান ৰোহন আৰু সোণালীয়ে পঢ়িছিল নতুন দিল্লীৰ চাণক্যপুৰিস্থিত কাৰ্মেল কনভেন্ত স্কুলত। আৰু তাতেই তেওঁ নিজ কৰ্মচাৰীসকলৰ ল’ৰা-ছোৱালীকো পঢ়ুৱাইছিল।

জে’টলিৰ পৰিয়ালৰ কৰ্মচাৰীৰ ৩ গৰাকীকৈ সন্তানে এতিয়াও বিদেশত অধ্যয়ন কৰি আছে।

ৰান্ধনী যোগেন্দ্ৰৰ দুজনী ছোৱালীৰ এগৰাকী বৰ্তমান লণ্ডনত অধ্যয়ন কৰি আছে। সংসদত জেটলিৰ ছাঁটোৰ দৰে লাগি থকা গোপাল ভাণ্ডাৰীৰ এজন ল’ৰা ডাক্তৰ আৰু আনজন এঞ্জিনিয়াৰ।

সহায়ক অ’ পি শৰ্মাৰ ল’ৰা চেতনক জে’টলিয়ে ২০০৫ চনত নিজৰ ৬৬৬৬ নম্বৰৰ হুণ্ডাই এচেন্ত গাড়ীখন উপহাৰ দিছিল।

সকলোকে তেওঁৰ নিজৰ পৰিয়ালৰ দৰেই স্থান দিছিল। আনহাতে তেওঁৰ কৰ্মচাৰী সকলেও তেওঁক নিজৰ পৰিয়ালৰ দৰেই জ্ঞান কৰিছিল।

পিয়ুষ বৰদলৈ

পিয়ুষ বৰদলৈ

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd