• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈৰ সমৰ্থনত অৰুণ জেইটলী : দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2019 12:11 pm
arun & ranjan

কেন্দ্রীয় মন্ত্ৰী অৰুম জেইটলী আৰু দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ অসম গৌৰব ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে অনা অসমৰ্থিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিষয়টোত এইবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেইটলীৰ পৰা সমৰ্থন লাভ কৰিছে।

জেইটলীয়ে দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে ‘সংঘবদ্ধ ব্যাঘাতকাৰী’ৰ ‘অসমৰ্থিত অভিযোগত লিপ্ত কৰাৰ’ দ্বাৰা মুখ্য ন্যায়াধীশৰ প্ৰতিষ্ঠানটোক দুৰ্বল কৰাৰ অভিযোগ কৰে।‘

Apply Now

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে এনে লোকৰ বিৰুদ্ধে ‘দৃষ্টান্তমূলক’ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

জেইটলীয়ে এটা ব্ল’গত ৰঞ্জন গগৈৰ সমৰ্থনত দৃঢ়তাৰে স্থিতি ব্যক্ত কৰি কয় যে ‘এইটো ন্যায়িক ব্যৱস্থাটোৰ সৈতে থিয় দিয়াৰ সময়।‘’

উচ্চতম ন্যায়ালয়ে আনকি যোৱা শনিবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ পাছত এক ব্যতিক্ৰমী শুনানি অনুষ্ঠিত কৰে।

প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে তেওঁৰ শপতনামাত মুখ্য ন্যায়াধীশ গগৈৰ দ্বাৰা দুটাকৈ শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ ঘটনা বৰ্ণনা কৰিছে যি দুটা ২০১৮ চনৰ অক্টোবৰত সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে। আনহাতে, এই ঘটনা মুখ্য ন্যায়াধীশ হিচাপে গগৈয়ে নিযুক্তি পোৱাৰ এদিন পাছতে সংঘটিত হোৱা বুলি কোৱা হৈছে।

জেইটলীয়ে লগতে ব্যক্ত কৰিছে, ‘’ ব্যক্তিগত নম্ৰতা, মূল্যবোধ, নীতিবোধ আৰু সংহতিৰ দিশৰ পৰা বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী অত্যন্ত সন্মানীয় ব্যক্তি। আনকি, সমালোচকসকল যেতিয়া তেওঁৰ ন্যায়িক দৃষ্টিভংগীৰ সৈতে একমত নহয়, তেতিয়াও তেওঁৰ নীতি ব্যৱস্থাক কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই। পূৰ্বৰ গৌৰৱপূৰ্ণ অভিলেখ নথকা এগৰাকী অসন্তুষ্ট ব্যক্তিৰ সম্পূৰ্ণ অসমৰ্থিত অভিযোগৰ প্ৰতি সন্মতি দিয়াটো ভাৰতৰ মুখ্য ন্যায়াধীশৰ প্ৰতিষ্ঠানটোক অস্থিৰ কৰাৰ প্ৰক্ৰিয়াক সহযোগ কৰাহে হ’ব।‘’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘মিছাৰ আশ্ৰয় লৈ প্ৰতিষ্ঠানটোক ধ্বংস কৰিব বিচৰাসকলক এক দৃষ্টান্তমূলকভাৱে মোকাবিলা নকৰিলে, এই ধাৰাটোক সাৰ পানী যোগোৱাহে হ’ব।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd