• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী পেন্সন ল’বলৈ অস্বীকাৰ অৰুণ জেটলীৰ পৰিয়ালৰ; কেন্দ্ৰক দিলে কি উত্তৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 2:27 pm
arun-jaitley-kszF--621x414@LiveMint_1548265074662

প্রযাত প্রাক্তন বিত্ত মন্ত্রী অরুণ জেটলী{ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ শক্তিশালী স্তম্ভ তথা প্ৰথম মোদী চৰকাৰৰ অন্যতম কাণ্ডাৰী আছিল প্ৰয়াত প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী। তেওঁৰ মৃত্যুৰ পাছতে পৰিয়ালৰ কাষত গৈ থিয় হৈছিল প্ৰধান মন্ত্ৰী মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ।

কিন্তু ক’ৰবাত যেন যতি পৰিছে সম্পৰ্কৰ। মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে ইয়াৰ ইংগিতো পোৱা গৈছিল।

Apply Now

এইবাৰ মোদী চৰকাৰৰ পেন্সন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে জেটলীৰ পৰিয়ালে।

জানিব পৰা মতে, অৰুণ জেটলীৰ পৰিয়ালে ৰাজ্যসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি পেন্সন নোলোৱাৰ সিদ্ধান্তৰ কথা জনায় দিছে।

ৰাজ্যসভাৰ সদস্য থকাৰ বাবে তেওঁ চৰকাৰী নিয়ম অনুসৰি পেন্সন লাভ কৰিব লাগে। মৃত্যুৰ পাছতো তেওঁৰ পৰিয়ালে পেন্সন পাব লাগে। কিন্তু সেই পেন্সন ল’বলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ সদস্যসকলে।

ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰখনত জেটলীৰ পৰিয়ালে লিখিছে যে ৰাজ্যসভাত কৰ্মৰত বহু কৰ্মচাৰীৰ মাহিলি দৰমহা কম। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সেই পেন্সনৰ ধন সেই কম দৰমহা লাভ কৰা কৰ্মচাৰীসকলৰ মাজত ভগাই দিয়ক।

সাংসদ হৈ থকাৰ সময়ছোৱাত জেটলীয়ে মাহে প্ৰায় ৫০ হাজাৰ টকা পেন্সন পাইছিল। সেই হিচাপে মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালে মাহে তাৰ আধা অৰ্থাৎ প্ৰায় ২৫ হাজাৰ টকা পাব লাগে।

উল্লেখ্য যে কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ থকাৰ পাছত যোৱা ২৩ আগষ্টত প্ৰাক্তন বিত্ত মন্ত্ৰী জেটলীৰ ৬৬ বছ বয়সত পৰলোকপ্ৰাপ্তি  ঘটিছিল।

উল্লেখ্য যে মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিছিল। কিন্তু অমিত শ্বাহৰ পদাৰ্পণৰ পাছতে গেৰুৱা শিৱিৰত তেওঁৰ গুৰুত্ব কমি আহে।

দলৰ একান্ত অনুগত থাকিয়েই তেওঁ কেতিয়াও দলৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা নাছিল।

সাংসদসকলে শকত পৰিমানৰ দৰমহা লাভ কৰে যদিও আন কৰ্মচাৰীসকলৰ দৰমহা বহু কম। জেটলী পৰিয়ালে সেই দিশতো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd