• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

হিংসাত নিহতৰ আত্মীয়লৈ ২০ লাখকৈ, এজনক চাকৰি; পিআৰচিৰ বিষয় চিৰদিনলৈ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি পেমা খাণ্ডুৰ

ক্ৰুব্ধ ৰাজ্যবাসীৰ আৱেগৰ ওচৰত আত্মসমৰ্পণ পেমা খাণ্ডুৰ; ডি চি আৰু এছ পিক নিলম্বন

ডেমিয়েন লেপচা by ডেমিয়েন লেপচা
February 25, 2019 11:28 pm
pema-gratia-750x375

চৰকাৰৰ সিদ্ধান্তবোৰ ঘোষণা কৰা অৱস্থাত মুখ্য মন্ত্ৰী পেমা খাণ্ডু। ২৫ ফেব্ৰুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খিলঞ্জীয়াৰ প্ৰশ্নত উগ্ৰমূৰ্তি ধৰা অৰুণাচল প্ৰদেশৰ ৰাইজৰ ক্ৰোধ শাম কটাবলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি অৰুণাচলীসকলৰ সমৰ্থন আদায় কৰিব পৰা কেইবাটাও প্ৰতিবিধানমূলক পদক্ষেপ ঘোষণা কৰিছে।

প্ৰস্তাৱিত ৬টা জনগোষ্ঠীক কেতিয়াও স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়া নহ’ব বুলি স্পষ্ট ঘোষণা কৰাৰ লগতে খাণ্ডুৱে হিংসাত নিহতসকলৰ আত্মীয়লৈ ২০ লাখকৈ এককালীন সাহায্য, পৰিয়ালৰ যিকোনো এজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

এই উত্তেজনাকেন্দ্ৰিক হিংসাত ৩জনকৈ লোকৰ মৃত্যু হৈছিল।

ইয়াৰোপৰি গুৰুতৰভাৱে আহতসকলক ১০ লাখ পৰ্য্যন্ত টকা দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্য মন্ত্ৰীজনে।

কালিৰ নিয়ন্ত্ৰণহীন হিংসাৰ পৰিস্থিতিৰ পিছত ৰাজ্যবাসীৰ ওচৰত এক প্ৰকাৰৰ আত্মসমৰ্পণ কৰা মুখ্য মন্ত্ৰীজনে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়-গোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকৰ আহ্বান কৰে। এই বৈঠকত নিছি এলিট ছ’চাইটি, আদি বানে কেবাং আদিয়ে ভাগ লয়।

চৰকাৰে এই প্ৰতিবিধানমূলক পদক্ষেপকেইটাৰ কথা ঘোষণা কৰাৰ লগতে ঘটনাৱলীৰ তদন্তৰ বাবে কমিটী গঠনৰ সিদ্ধান্তও লয়। ইয়াৰোপৰি পাপুম পাৰে জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালীনভাৱে নিলম্বনৰ সিদ্ধান্ত লয়।

এখন সৰ্বদলীয় বৈঠকৰো আহ্বান জনোৱা হৈছিল যদিও কেৱল বিজেপিৰ সদস্যসকলহে উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

মুখ্য মন্ত্ৰী খাণ্ডুৱে সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনাইছে।

 

ডেমিয়েন লেপচা

ডেমিয়েন লেপচা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd