• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

মাৰ্ঘেৰিটাত ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ অৰুণাচল প্ৰদেশৰ আৰক্ষী

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , September 20, 2018 11:25 pm

1 min read

মাৰ্ঘেৰিটাত ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ অৰুণাচল প্ৰদেশৰ আৰক্ষী

জে’ললৈ প্ৰেৰণ কৰা অৰুণাচল আৰক্ষীৰ কনিষ্টবলজন। ছবি- নৰ্থ ইষ্ট নাও।

164
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ ড্ৰাগছ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰা বমৱাং থাংহা (২২) নামৰ অৰুণাচল আৰক্ষীৰ এজন কনিষ্টবলক বৃহস্পতিবাৰেআদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

অৰুণাচলৰ চাংলাং জিলাৰ এই ড্ৰাগছ সৰবৰাহকাৰীজনক মাৰ্ঘেৰিটাৰ পৰা অৰুণাচলৰ চাংলাঙলৈ যোৱাৰ পথত নামদাঙত বুধবাৰে আটক কৰিছিল মাৰ্ঘেৰিটা আৰক্ষীয়ে।

চাংলাং জিলা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কনিষ্টবলজনৰ পৰা ১৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷

থাংহাঙৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী চকীত এন ডি পি এছ আইনৰ অধীনত ২৪৬/১৮ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd