• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

প্ৰকল্পৰ প্ৰয়োজনীয় নথি জমা দিবলৈ অৰুণাচলৰ মুখ্য সচিবৰ নিৰ্দেশ

নথি জমা দিলেহে কাৰ্যবাহী বিভাগে মোকোলাব সম্পূৰ্ণ হোৱা প্ৰকল্পৰ কিস্তিৰ ধন

by
December 11, 2018 9:48 pm
Satya
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ মুখ্য সচিব সত্য গোপালে আজি ১১ ডিচেম্বৰ মঙলবাৰে ৰাজ্যখনৰ মুখ্য অভিযন্তাসকলক প্ৰকল্পসমূহৰ প্ৰয়োজনীয় নথি জমা দিয়াৰ বাবে নিৰ্দেশ দিছে। ৰাজ্যখনত নন লেপছেবল চেণ্ট্ৰেল পুল অব ৰিছোৰ্চেজ আৰু নৰ্থ ইষ্ট স্পেচিয়েল ইফ্ৰাষ্টাকছাৰ ডেভেলপমেণ্ট স্কীমৰ অধীনত চলি থকা আৰু সম্পন্ন হোৱা প্ৰকল্পসমূহৰ নথিৰ সন্দৰ্ভত মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিছে।

মুখ্য সচিবগৰাকীয়ে ড’নাৰ সচিব নৱীন ভাৰ্মাৰ সৈতে হোৱা এটা ভিডিঅ’ কনফাৰেঞ্চিঙৰ পাছত এই নিৰ্দেশ দিয়ে। ড’নাৰ সচিবগৰাকীৰ ওপৰোক্ত আঁচনিসমূহৰ অধীনত চলি থকা আৰু সম্পূৰ্ণ হোৱা কাম কাজসমূহ পুনৰীক্ষণ কৰিছিল।

Apply Now

পূব কামং জিলাৰ ৰামকৃষ্ণ সাৰদা মিশ্যন স্কুল, চাংলাঙৰ ৰাংফ্ৰা গভৰ্নমেণ্ট কলেজ আদি প্ৰকল্পসমূহৰ কাম-কাজ ড’নাৰ সচিবগৰাকীয়ে পুনৰীক্ষণ কৰিছিল।

মুখ্য সচিবগৰাকীয়ে সময়মতে জমা দিবলৈ নিৰ্দেশ দিয়া নথিসমূহৰ মাজত আছে ৩মহীয়া উন্নয়ন প্ৰতিৱেদন, উপযোগিতা প্ৰমাণপত্ৰ, প্ৰকল্প সম্পন্ন হোৱাৰ প্ৰতিৱেদন আদি আছে।

গোপালে কৈছে যে এই নথিসমূহ ড’নাৰ মন্ত্ৰ্যালয়ৰ প্ৰয়োজন। এই নথিসমূহ জমা দিলেহে কাৰ্যবাহী বিভাগে সংশ্লিষ্ট প্ৰকল্পসমূহৰ ২য়, ৩য় কিস্তিৰ ধনসমূহ মোকোলাই দিব।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd