• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

উন্মত্ত প্ৰতিবাদত শংকিত হৈ কি শপত খালে মুখ্য মন্ত্ৰীয়ে?

ভবিষ্যতেও পি আৰ চিৰ প্ৰসংগ উত্থাপন নকৰাৰ ঘোষণা মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , February 25, 2019 1:20 pm

1 min read

উন্মত্ত প্ৰতিবাদত শংকিত হৈ কি শপত খালে মুখ্য মন্ত্ৰীয়ে?

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

স্থায়ী নাগৰিকত্ব প্ৰদানকলৈ অগ্নিগৰ্ভা হৈ থকা অৰুণাচল প্ৰদেশৰ উত্তেজিত  জনসাধাৰণক মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে অনা অৰুণাচলী অনুসূচিত জনজাতি সকলক পি আৰ চি দিয়াৰ সিদ্ধান্ত ভবিষ্যতে তেওঁৰ চৰকাৰে কেতিয়াও নলয় বুলি মন্তব্য কৰে। সোমবাৰে অৰুণাচলৰ জনসাধাৰণক এইদৰে আশ্বাস দিয়ে মুখ্য মন্ত্ৰী গৰাকীয়ে।

আনহাতে, অৰুণাচলৰ শেহতীয়া ৫০ ঘণ্টাজোৰা আইন শৃংখলাহীন আৰু মাৰপিটৰ ঘটনাৰ সাক্ষী জনসাধাৰণক উদ্দেশি দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুই উচ্চস্তৰীয় সমিতিয়ে ছয়টা জনজাতিক স্থায়ী নাগৰিকত্বৰ প্ৰমণপত্ৰ প্ৰদান কৰাৰ বাবে দিয়া পৰামৰ্শক চৰকাৰে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।

24-02-19 Itanagar- Protest against PRC (1)
ইটানগৰত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া বাহন। ফটো : য়ু বি

ৰিজিজুই অৰুণাচলৰ ব্যাপক হিংসাত্মক ঘটনাক সাৰ-পানী দি প্ৰৰোচিত কৰাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে।

উল্লেখযোগ্য যে, অৰুণাচলৰ ইটানগৰ আৰু অন্যান্য অঞ্চলসমূহত সংঘটিত হিংসাত্মক প্ৰতিবাদত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ব্যাপক হাৰত ব্যাক্তিগত আৰু ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰা হয়।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd