DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰুণাচলত পোহৰলৈ আহিল প্ৰথমজন ক’ৰ’না আক্ৰান্ত ৰোগীৰ ঘটনা

ক'ৰ'নাত আক্ৰান্ত লোকজন অংশ লৈছিল নিজামুদ্দিনৰ তবলিগী জামাতত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 1:26 pm
coron_1584032980_618x347

প্ৰতিনিধিত্বমূলক চিত্ৰ

40.1k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত আজি ক’ৰ’না ভাইৰাছৰ প্রথমটো ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ লোহিত জিলৰ তেজুৰ এগৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

এটা সূত্ৰৰ পৰা জানিব পৰা মতে, ক’ৰ’নাত আক্ৰান্ত লোকজন যোৱা ১৬ মাৰ্চত দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈ নিজ ৰাজ্যলৈ ঘূৰি আহি ২৪ মাৰ্চৰ পৰা কোৱাৰেণ্টাইত আছিল।

ইতিমধ্যে জিলা প্ৰশাসনে তবলিগী জামাতত অংশ লোৱা আন আন লোক সকলকো কোৱাৰেণ্টাইনত ৰখা বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি, ৰাজ্যখনৰ আন সাতগৰাকী লোককো কোৱাৰেণ্টাইনত ৰাখিছে। এই আটাইকেইগৰাকী লোকৰে নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই লোকসকলে যোৱা ডিচেম্বৰ মাহত অসমৰ তিনিচুকীয়া জিলাৰ পৰা একেলগে দিল্লীলৈ যাত্ৰা কৰিছিল।

এই লোকসকল যোৱা ১৯ আৰু ২০ মাৰ্চৰ ভিতৰত নামছাই, লোহিত আৰু ইটানগৰলৈ উভতি আহিছিল।

ভ্ৰমণ পৰিক্ৰমা অনুসৰি উক্ত সাতগৰাকী লোকে দিল্লীৰ তবলিগী জামাতত অংশ লোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত আছিল বুলিহে জানিব পৰা যায়।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd