• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মেইনেৰ ৰাজ্যপাল মিশ্ৰক সাক্ষাৎ

NE NOW NEWS ডেমিয়েন লেপছা
ইটানগৰ , September 3, 2018 9:25 pm

1 min read

180903 Call on by DCM & CS (2)
69
VIEWS
Share on FacebookShare on Twitter

আজি অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মেইনে ৰাজ্যপাল (অৱসৰপ্ৰাপ্ত) ব্ৰিগেডিয়াৰ ড০ বিডি মিশ্ৰক ৰাজভৱনত সাক্ষাৎ কৰে।তেওঁ ৰাজ্যপালগৰাকীৰ সৈতে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ত আলোচনা কৰে।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ শিক্ষাখণ্ডত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

তেওঁ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠ্যপুথিসমূহৰ বিতৰণ খৰতকীয়া কৰাৰ ওপৰত যোৰ দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলে যাতে তেওঁলোকৰ প্ৰয়োজনীয় পাঠপুথিসমূহ লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্যপালগৰাকীয়ে উপ প্ৰধান মন্ত্ৰীগৰাকীক পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে আগতীয়াকৈ পাঠ্যপুথিসমূহ যোগাৰ কৰাৰো পৰামৰ্শ দিয়ে।

বিভাগীয় ভূমি সমস্যাৰ সমস্যাৰ সমাধান কৰি অৰুণাচলত সৈনিক স্কুল খোলাৰ সুবিধা কৰি দিয়াৰ বাবে উপ মুখ্য মন্ত্ৰীগৰাকীক প্ৰশংসা কৰি ৰাজ্যপালগৰাকীয়ে বিদ্যালয়ৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ বিষয়টোও বিৱেচনা কৰাৰ বাবে অনুৰোধ জনায়।

উপ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যপালে ভাৰতীয় বায়ুসেনাৰ দোলুংমুখ ফায়াৰিং ৰেঞ্জত ফায়াৰিঙৰ সময়ত গাঁৱবাসীসকলৰ যাতে ক্ষতি নহয় তাৰ তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আলোচনাত উদ্দীপনাময় নামচাই জিলাৰ সম্পৰ্কীয় বিভিন্ন আন্তঃৰাজ্যিক সমস্যা আৰু বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল।

ৰাজ্যৰ মুখ্য সচিব সত্য গোপালো এই সভাত উপস্থিত আছিল।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd