• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

কেজৰিৱালৰ পৰিয়ালক ‘আনমেপড’ শিতানত জাননী দিয়া হৈছে। অৰ্থাৎ পূৰ্বৰ SIR ৰ লগত তেওঁলোকৰ কোনো সংযোগ পোৱা নগ’ল। এতিয়া কেজৰিৱালৰ পৰিয়ালে আয়োগৰ বিষয়াৰ আগত হাজিৰ হ’ব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 20, 2026 7:50 am
কেজৰিৱাল সহ তেওঁৰ সমগ্ৰ পৰিয়ালে SIR-ৰ জাননী লাভ কৰিছে। ফাইল ফটোঃ সংগ্ৰহীত।

কেজৰিৱাল সহ তেওঁৰ সমগ্ৰ পৰিয়ালে SIR-ৰ জাননী লাভ কৰিছে। ফাইল ফটোঃ সংগ্ৰহীত।

55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। প্ৰায় ১৩ বছৰ ৰাজধানীৰ মছনদত আছিল। বৰ্তমান এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বী। বহু বছৰ ধৰি তেওঁ দিল্লীত বসবাস কৰি আহিছে। তাৰপিছতো এইবাৰ অৰবিন্দ কেজৰিৱালৰ নাম ভোটাৰ তালিকাত নথকাক লৈ ডাঙৰ সন্দেহৰ সৃষ্টি হৈছে। কেজৰিৱাল সহ তেওঁৰ সমগ্ৰ পৰিয়ালে SIR-ৰ জাননী লাভ কৰিছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱাল, ২৫ বছৰীয়া পুত্ৰ পুলকিত কেজৰিৱাল, পিতৃ গোবিন্দ ৰাম কেজৰিৱাল আৰু মাতৃ গীতা দেৱীক SIR জাননী দিয়া হৈছে। কেজৰিৱাল আৰু তেওঁৰ গোটেই পৰিয়াল নতুন দিল্লী বিধানসভা সমষ্টিৰ বাসিন্দা। তেওঁৰ বুথৰ পৰা মুঠ ১১০ জনলৈ জাননী প্ৰেৰণ কৰা হৈছে।

কেজৰিৱালৰ পৰিয়ালক ‘আনমেপড’ শিতানত জাননী দিয়া হৈছে। অৰ্থাৎ পূৰ্বৰ SIR ৰ লগত তেওঁলোকৰ কোনো সংযোগ পোৱা নগ’ল। এতিয়া কেজৰিৱালৰ পৰিয়ালে আয়োগৰ বিষয়াৰ আগত হাজিৰ হ’ব লাগিব। তেওঁলোকে ভাৰতৰ বাসিন্দা বুলি প্ৰমাণ কৰিব লাগিব।

Apply Now

ইয়াৰ পূৰ্বে কেজৰিৱালে এই SIR প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কৈছিল যে বিজেপিয়ে ইচ্ছাকৃতভাৱে ভোটাৰৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা চলাইছে। বিৰোধী ভোটাৰক নিৰ্বাচিতভাৱে বাদ দিয়া হৈছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও দাবী কৰে যে চৰকাৰে দেশৰ জনসংখ্যা কমাই দেখাব বিচাৰিছে। কেজৰিৰ দাবী, বিজেপিয়ে দেশৰ জনসংখ্যা ১৪০ কোটিৰ পৰা ৫০ কোটিলৈ হ্ৰাস কৰিব বিচাৰিছে।

মন কৰিবলগীয়া যে দিল্লীত চলি থকা SIR প্ৰক্ৰিয়াত বহু ভোটাৰক সন্দেহৰ তালিকাত ৰখা হৈছে। ১.৫ কোটি ভোটাৰৰ ভিতৰত ৪৭ লাখৰ নাম খচৰা তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে।

আপৰ দাবী, কেজৰিৱালক হাৰাশাস্তি কৰিবলৈ এই জাননী দিয়া হৈছে। পঞ্জাৱত এই SIR প্ৰক্ৰিয়াৰ সময়ত ৰাঘৱ চাড্ডাকে ধৰি আপৰ একাংশ শীৰ্ষ নেতাই জাননী লাভ কৰিছিল। তাৰ প্ৰতিশোধ হিচাপে কেজৰীয়াললৈ জাননী দিয়া বুলি কোৱা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd