• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মনীষ চিছোদিয়ালৈ চিবিআইৰ লুকআউট জাননীঃ মোদীৰ চৰকাৰক তুলাধুনা কেজৰিৱালৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 21, 2022 9:25 pm
160
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ চিবিআইয়ে লুকআউট নটিচ প্ৰেৰণ কৰা বুলি চৰ্চা হৈ থকাৰ সময়তে বিষয়টোকলৈ সৰব হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ দেওবাৰে চিছোদিয়াৰ বিৰুদ্ধে চিবিআইৰ লুকআউট জাননীক লৈ কেন্দ্ৰক আক্ৰমণ কৰে কেজৰিৱালে৷

কেজৰিৱালে কয় যে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ সৈতে কাম কৰাৰ পৰিৱৰ্তে ” যুঁজিহে আছে”। তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে প্ৰতিদিনে পুৱা কেন্দ্ৰই সাৰ পোৱাৰ পিছতে “চিবিআই-ইডিৰ খেল” আৰম্ভ কৰে।

কেজৰিৱালে কয় “যিটো সময়ত সাধাৰণ মানুহে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে আৰু কোটি কোটি যুৱক-যুৱতী নিবনুৱা হৈ আছে, কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ সৈতে মিলি নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়া উচিত। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সমগ্ৰ দেশৰ সৈতে যুঁজ দি আছে।

আজি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই দাবী কৰিছিল যে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিছে আৰু এই পদক্ষেপক তেওঁ “নাটক” বুলি অভিহিত কৰিছিল।

চিছোদিয়াই কৈছিল যে তেওঁ দিল্লীত “মুক্তভাৱে ঘূৰি ফুৰিছে” ৷ চিছোদিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবুলিও সুধিছিল যে তেওঁ তেওঁক বিচাৰি পোৱা নাই নেকি?” ইপিনে চিছোদিয়াৰ এনে দাবীৰ পিছতে চিবিআইয়ে এই বুলি কৈছে যে সংস্থাটোৱে কোনো লুকআউট নটিচ প্ৰেৰণ কৰা নাই৷

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd