• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আম আদমী’ৰ ফোনকল বা মেচেজৰ দ্বাৰাই নিৰ্বাচন কৰা হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী! ব্যতিক্ৰমী কেজৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2022 3:37 pm
WhatsApp Image 2022-01-13 at 3.23.44 PM

অৰৱিন্দ কেজৰিৱাল। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ এটা টেক্সট মেচেজ অথবা ফোনকল! আন বিশেষ একো জটিলতা নাই। এটা ফোন কল অথবা মেচেজৰ দ্বাৰাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচিত কৰা হ’ব! তাকো পাঞ্জাৱৰ দৰে এখন সদাচৰ্চিত ৰাজ্যৰ মুখ্যমন্ত্ৰী!

আম আদমী পাৰ্টিৰ মুৰব্বী অৰৱিন্দ কেজৰিৱালে এই ঘোষণা কৰিছে। কাইলৈ কেজৰিৱালৰ দলে পঞ্জাৱ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিব।

সেই অনুসৰি তেওঁ কয় যে এটা নিৰ্দিষ্ট ফোন নাম্বাৰ মুকলি কৰি দিব। নাম্বাৰটোত আম আদমী অৰ্থাৎ সাধাৰণ লোকসকলে পচন্দৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীজনৰ নাম মেচেজ কৰিব পাৰিব। এই সেৱা ১৭ জানুৱাৰীলৈকে থাকিব বুলি তেওঁ জনাইছে।

Apply Now

কেজৰিৱালে কয় যে আম আদমী পাৰ্টিয়ে পাঞ্জাৱৰ ৩ কোটি জনতাৰ পচন্দ অনুসৰি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰদান কৰিব।

লগতে পঢ়ক: কৰ’না প্ৰতিৰোধত সহায় কৰিব! কাইলৈ ১কোটি লোকে কৰিব সূৰ্য নমস্কাৰ

ভাৰতৰ ৰাজনৈতিক ইতিহাসত এনেধৰণে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ কৌশল প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছে।

বিশ্ব ৰাজনীতিলৈ লক্ষ্য কৰিলে দেখা যায় যে এনেধৰণৰ নিৰ্বাচনী কৌশল ইউৰোপৰ ক্ষুদ্ৰ ৰাজ্য এষ্টোনিয়াত লোৱা হৈছিল। অত্যাধুনিক দেশখনত ২০০৫ চনৰ পৰা ইণ্টাৰনেটযোগে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ পদ্ধতি লৈ অহা হৈছে।

উল্লেখযোগ্য যে পঞ্জাৱত ১৪ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈকে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি নিৰ্বাচনমুখৰ হৈ পৰিছে।

ইতিমধ্যে আম আদমী পাৰ্টিয়ে পঞ্জাৱত শক্তিশালীভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে। ২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হৈছিল। কংগ্ৰেছৰ পাছতেই আছিল আম আদমী পাৰ্টি।

এইবাৰো বিজেপিৰ বিশেষ প্ৰভাৱ নথকা এই ৰাজ্যখনত দলটোৱে মুলতঃ কংগ্ৰেছৰ স’তেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বুলি ঠাৱৰ কৰা হৈছে।

লগতে পঢ়ক: Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম

দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈও চৰ্চা অব্যাহত আছে। এইক্ষেত্ৰত আগত আছে সাংসদ ভাগৱত মান। কিন্তু বৰ্তমানলৈকে ভাগৱত মানক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ ইতস্ততঃবোধ কৰিছে দলটোৱে। তেওঁৰ উপৰিও কৃষক নেতা বলবীৰ সিং ৰাজেৱালো মুখ্যমন্ত্ৰীৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে চৰ্চা লাভ কৰিছে।

আম আদমী পাৰ্টিৰ উপৰিও কংগ্ৰেছেও এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণাৰ পৰা বিৰত আছে। কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছান্নীকেই কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd