সাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক

Arvind Kejriwal

সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বৃ্হস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি আদালতে ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আদালতৰ ৰায় অনুসৰি, অহা ২৮ মাৰ্চলৈকে তদন্ত সংস্থাটোৰ জিম্মাত থাকিব আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকী।