• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কংগ্ৰেছৰ প্ৰতি সদয় কেজৰিৱাল! ৰাহুল গান্ধীলৈ মুকলি সমৰ্থন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2023 9:03 am
Kejriwal Supports Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্ব-পৰিচিত কংগ্ৰেছ বিৰোধী স্থিতি এৰি প্ৰথমবাৰৰ বাবে এইবাৰ কংগ্ৰেছৰ প্ৰতি সমৰ্থন আগবঢ়াইছে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মানহানিৰ গোচৰত চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতি মুকলি সমৰ্থন প্ৰকাশ কৰিছে কেজৰিৱালে।

আপ মুৰব্বীগৰাকীয়ে লগতে শাসকীয় বিজেপিক সমালোচনা কৰি বিজেপি বিৰোধী দল তথা নেতাসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। এক টুইট যোগে কেজৰিৱালে কয়, “বিজেপি বিৰোধী নেতা আৰু দলসমূহক গোচৰ চলাই নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।”

Apply Now

“কংগ্ৰেছৰ সৈতে আমাৰ মতানৈক্য আছে, কিন্তু এনেধৰণৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক জড়িত কৰাটো সঠিক নহয়। প্ৰশ্ন কৰাটো জনসাধাৰণ আৰু বিৰোধীৰ কাম। আমি আদালতক সন্মান কৰো যদিও এই সিদ্ধান্তৰ সৈতে একমত নহয়।”— দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়।

আপৰ আন এগৰাকী শীৰ্ষস্থানীয় নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাই গান্ধীৰ বিৰুদ্ধে ঘোষিত ৰায়ৰ বিৰোধিতা কৰি গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। বিৰোধীয়ে গণতন্ত্ৰৰ মূল ভেটি গঠন কৰে আৰু সেয়ে বিৰোধী মতক ৰুদ্ধ কৰিব নালাগে বুলি মন্তব্য কৰে চাদ্ধাই।

“ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতৰ ৰায়ৰ প্ৰতি সন্মানজনকভাৱে মতানৈক্য প্ৰকাশ কৰিছো। বিৰোধীয়ে গণতন্ত্ৰৰ মূল ভেটি গঠন কৰে। বিৰোধী মতক ৰুদ্ধ কৰা উচিত নহয়। ভাৰতত সমালোচনাৰ এক শক্তিশালী পৰম্পৰা আছে। ইয়াক এটা মতাদৰ্শ, এটা দল, এগৰাকী নেতাৰ দৃষ্টিকোণলৈ হ্ৰাস কৰাৰ প্ৰয়াস অসাংবিধানিক আৰু অগণতান্ত্ৰিক।”- এক টুইট যোগে চাদ্ধাই কয়।

উল্লেখ্য যে, জন্মলগ্নৰে পৰা আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ বিৰোধিতা কৰি আহিছে। বিগত সময়চোৱাতো বিভিন্ন বিষয়ত দুয়োটা দলে একে পক্ষ গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। অতি শেহতীয়াকৈ সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতো এই বিষয়ত আপক সমৰ্থন কৰা নাছিল কংগ্ৰেছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd