• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০০৭চনৰ গোচৰৰ উদ্ধৃতিৰে কেজৰিৱালৰ ব্যক্তিগত সহায়কক বৰ্খাস্ত

by
April 11, 2024 2:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাবন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কুমাৰৰ বিৰুদ্ধে চৰকাৰী কামত বাধা দিয়াৰ অভিযোগ উত্থাপন হোৱা গোচৰৰ উদ্ধৃতি দি ভিজিলেন্স বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ভিজিলেঞ্চ বিভাগে বিভৱ কুমাৰৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আঁৰৰ কাৰণ বুলি উল্লেখ কৰে।উল্লেখ্য যে, ২০০৭ চনত নয়দাৰ উন্নয়ন কৰ্তৃপক্ষৰ এক পদবীত থকা মহেশ পালে এই গোচৰ ৰুজু কৰিছিল। ইয়াত অভিযোগ কৰা হৈছে যে বিভৱ কুমাৰে আন তিনিজনৰ সৈতে অভিযোগকাৰী আৰু এজন কৰ্মচাৰীক নিজৰ কৰ্তব্য পালন কৰাত বাধা দিছিল।

ইফালে প্ৰশ্নৰ উদয় হৈছে যে, বিভৱ কুমাৰ আৰু এই গোচৰৰ আন এজন অভিযুক্ত অৰ্থাৎ ৰাজীৱ কুমাৰক গ্ৰেপ্তাৰ নকৰাকৈয়ে বৰ্তমান বিচাৰধীন হৈ থকা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত অভিযোগনামা দাখিল কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। তদুপৰি বিভৱ কুমাৰৰ নিযুক্তিৰ পূৰ্বে বিচাৰাধীন অপৰাধমূলক গোচৰ সন্দৰ্ভত বেকগ্ৰাউণ্ড চেক কৰা হোৱা নাছিল বুলি ভিজিলেন্স বিভাগে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ৮ এপ্ৰিলত দিল্লী সুৰা নীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে বিভৱ কুমাৰক জেৰা কৰাৰ পাছতে বিভৱ কুমাৰক পদৰ পৰা অপসাৰণ কৰা হয়। ইডিৰ বিষয়াসকলে জনোৱা মতে, বিভৱ কুমাৰৰ বক্তব্য ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ বিধানৰ অধীনত লিপিবদ্ধ কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 7, 2025 9:38 am
সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd