• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰবিন্দ কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ চলিছে-অভিযোগ পত্নী সুনীতা কেজৰিৱালৰ

by
April 21, 2024 7:44 pm
345
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দেওবাৰে দাবী কৰে যে তিহাৰ জেলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ চলিছিল। লগতে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীৰ প্ৰতিটো আহাৰ গ্ৰহণ কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থকা বুলিও সুনীতাই দাবী কৰে৷

সুনীতা কেজৰিৱালে কয় যে, ” কেজৰিৱালে আহাৰ গ্ৰহণ কৰাৰ সময়ত কেমেৰা লগোৱা হয়। তেওঁ কৰা প্ৰতিটো কামৰ নিৰীক্ষণ কৰা হয়। এয়া যথেষ্ট লজ্জাজনক। তেওঁ এজন মধুমেহৰ ৰোগী আৰু ১২ বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰি আছে, কিন্তু জেলত ইনচুলিনৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰিব বিচাৰে।”

ইয়াৰ উপৰিও ভাষণত সুনীতা কেজৰিৱালে বৰ্তমানৰ শাসন ব্যৱস্থাক ‘একনায়কত্ববাদ’ বুলি অভিহিত কৰে কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক দোষী সাব্যস্ত নোহোৱাকৈয়ে কাৰাগাৰত ভৰাই থোৱা হৈছে।

লগতে সুনীতা কেজৰিৱালে কয় যে “অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ বাবে নিজৰ জীৱন বাজীত লগাইছে।তেওঁ এজন আইআইটিআন, তেওঁ বিদেশলৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। আইআৰএছ হিচাপে তেওঁ জনসেৱা কৰিবলৈ অৱসৰ লৈছিল।”

সুনীতা কেজৰিৱালে এই কথাও আঙুলিয়াই দিয়ে যে যোৱা মাহত দিল্লী সুৰা নীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱাল এজন ডায়েবেটিছ ৰোগী আৰু যোৱা ১২ বছৰ ধৰি প্ৰতিদিনে ৫০ ইউনিট ইনচুলিন গ্ৰহণ কৰি আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd