• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধা পাটকাৰ গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি, কি ক’লে কেজৰিৱালে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 14, 2022 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ এখন সভাত ভাষণ দি আপৰ নেতা অৰবিন্দ কেজৰিৱালে ৰাজ্য খনৰ জনসাধাৰণক আম আদমী পাৰ্টি শাসনলৈ আহিলে “দুৰ্নীতিমুক্ত” চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শাসকীয় বিজেপিক আক্ৰমণ কৰি কেজৰিৱালে কয় যে বিজেপিয়ে ছোনিয়া গান্ধীক পিছফালৰ পৰা প্ৰধানমন্ত্ৰী কৰিব বিচাৰে ।গুজৰাট বিধানসভা নিৰ্বাচনত নৰ্মদা বচাও আন্দোলনৰ কৰ্মী মেধা পাটকাৰক আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ’ব বুলি বিজেপিয়ে কৰি অহা দাবী সন্দৰ্ভত উত্তৰ দি আহমেদাবাদত আপৰ আহ্বায়ক কেজৰিৱালে ছোনিয়াকহে বিজেপিয়ে আওপাকে প্ৰধানমন্ত্ৰী পাতিব বিচাৰে বুলি কয়।

কেজৰিৱালে কয়, “আপে মেধা পাটকাৰক গুজৰাটত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি কোৱা কথাষাৰ বিজেপিয়ে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ আছে বুলি কোৱা কথাৰ দৰেহে হ’ব।”

Apply Now

উল্লেখ্য গুজৰাটত চলিত বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে ৰাজ্য খনত শাসকীয় বিজেপিকে ধৰি আপেও কঁকালত টঙালি বান্ধিছে। ৰাজ্য খনত আপৰ উত্থানত বিজেপি বহু পৰিমাণে শংকিত হোৱাও দেখা গৈছে।

কেজৰিৱালে আজি কয় “মই গুজৰাটত যিসকলক লগ পাইছো তেওঁলোকে কৈছে যে সকলো ঠাইতে দুৰ্নীতি হৈ আছে। চৰকাৰী কাম কৰিবলৈ উৎকোচ দিবই লাগিব। নিম্ন স্তৰত দুৰ্নীতি আছে আৰু শীৰ্ষত কেলেংকাৰী আছে। যদি কোনোবাই ইয়াৰ বিৰুদ্ধে কথা কয়, তেন্তে তেওঁক ভাবুকি দিয়া হয়… গুজৰাটৰ সকলো ঠাইতে দুৰ্নীতি আৰু গুণ্ডামি আছে,”। আহমেদাবাদত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কেজৰিৱালে দাবী কৰে যে আপৰ চৰকাৰ ৰাজ্য খনত গঠন হ’লে জনসাধাৰণৰক দুৰ্নীতিৰ নাগপাশৰ পৰা মুক্ত কৰা হ’ব। তেওঁ কয়, “আজি মই এটা গেৰাণ্টি দিছো যে যেতিয়া আপে গুজৰাটত চৰকাৰ গঠন কৰিব, ই দুৰ্নীতিমুক্ত আৰু ভয়মুক্ত চৰকাৰ প্ৰদান কৰিব।”

কেজৰিৱালে গুজৰাটত বৰ্তমানৰ মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ “অবৈধ ব্যৱসায়” বন্ধ কৰা, বৰ্তমানৰ চৰকাৰৰ “কেলেংকাৰী”ৰ তদন্ত কৰা আৰু দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
কেজৰিৱালে কয় যে যদি আপ ক্ষমতালৈ আহে, তেন্তে তেওঁৰ দলৰ চৰকাৰে নিশ্চিত কৰিব যে জনসাধাৰণে চৰকাৰী কাৰ্যালয়ত উৎকোচ দিয়াৰ প্ৰয়োজন নাথাকিব। আপৰ চৰকাৰে দিল্লীত কৰাৰ দৰে বিভিন্ন কল্যাণমূলক সেৱা আৰম্ভ কৰিব।
উল্লেখ্য শেহতীয়াকৈ গুজৰাটলৈ কৰা একাধিক ভ্ৰমণৰ সময়ত কেজৰিৱালে কেইবাটাও “গেৰাণ্টি” ঘোষণা কৰিছে। 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd