• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Shah Rukh Khan’s son: চাৰি বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে

এদিন শ্বাহৰুখ খানেই কৈছিল—'পুত্ৰই ড্ৰাগছ খাব পাৰে',পুৰণি ভিডিঅ'কলৈ ছ'চিয়েল মিডিয়াত বাদশ্বাহক ট্ৰল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 4, 2021 1:08 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান এতিয়া নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোৰ জিম্মাত।

নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোৰ জেৰাত শ্বাহৰুখ পুত্ৰই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য।

Apply Now

জানিব পৰা মতে বিগত চাৰি বছৰ ধৰি আৰিয়ানে ড্ৰাগছ গ্ৰহণ কৰি আহিছে।

কিন্তু এই ক্ষেত্ৰত পিতৃ শ্বহৰুখ খান অৱগত আছিল নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে। যিকি নহওক, গ্ৰেপ্তাৰৰ পিছত পিতৃ শ্বাহৰুখৰ সৈতে আৰিয়ানে মাত্ৰ দুই মিনিট সময়হে কথা পতাৰ অনুমতি পাইছিল।

এতিয়া ছ’চিয়েল মিডিয়াত বহুতে এটা পুৰণি ভিডিঅ’কলৈ শ্বাহৰুখ খানক ট্ৰল কৰা পৰিলক্ষিত হৈছে।

ছিমি গাৰেৱালৰ এক অনুষ্ঠানত শ্বাহৰুখ খানে পুত্ৰ আৰিয়ানৰ প্ৰসংগত ৰসিকতা কৰি কৈছিল —’ মই তেওঁক ছোৱালীৰ পিছত ঘূৰিবলৈ কৈছো,ধুম্ৰপান কৰিবৈও কৈছো আৰু যদি তেওঁ বিচাৰে তেওঁ ড্ৰাগছো খাব পাৰে’।

শ্বাহৰুখ খানে এই মন্তব্য কৰাৰ সময়ত আৰিয়ানৰ বয়স আছিল খুব বেছি তিনি বছৰ। শ্বাহৰুখে ৰসিকতা কৰি কোৱা কথাষাৰেই এতিয়া বাস্তৱত পৰিণত হোৱাত ছ’চিয়েল মিডিয়াত বিষয়টোকলৈ ব্যাপক চৰ্চা হৈছে।

https://twitter.com/ShefVaidya/status/1444554450190815235?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1444554450190815235%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.dnaindia.com%2Fbollywood%2Freport-watch-after-aryan-arrest-shah-rukh-khan-trolled-with-old-clip-saying-son-can-do-drugs-ncb-simi-garewal-gauri-2913962

বহুতে কৈছে যে পিতৃ শ্বাহৰুখৰ পৰামৰ্শ পুত্ৰই সঠিক ভাবেই গ্ৰহণ কৰিলে। আজি আৰিয়ানক আদালতত হাজিৰ কৰোৱা হ’ব।

আৰিয়ানৰ হোৱাটছএপ মেছেজৰ পৰাও নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই ড্ৰাগছ লিংক সন্দৰ্ভত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কালি ড্ৰাগছ কাণ্ডত জড়িত বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰিছিল। আৰিয়ানৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ বন্ধু ক্ৰমে মুনমুন ডামমেছা আৰু আৰবান মাৰ্চেণ্টক।

উল্লেখ্য মুম্বাইৰ পৰা গোৱা অভিমুখী বিলাসী ক্ৰুজত বিশেষ অভিযান চলাই ১০জনক আটক কৰিছিল নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (এনচিবি)য়ে।

কালি বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই জেৰা কৰিছিল আৰু জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

শনিবাৰে নিশা বিলাসী ক্ৰুজত ড্ৰাগছ কাণ্ডৰ কথা পোহৰলৈ আহে। মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা কৰ্ডেলিয়া নামৰ বিলাসবহুল ক্ৰুজত এনচিবিৰ বিষয়াসকলে যাত্ৰীৰ বেশত গৈছিল।

ক্ৰুজৰ ভিতৰত পাৰ্টী চলি থকাৰ আৰু তাত ড্ৰাগছ সেৱন কৰাৰ গোপন খবৰ লাভ কৰে এনচিবিৰ অভিযানকাৰী দলে।

পাৰ্টীত সকলোৱে ড্ৰাগছ সেৱন কৰে আৰু কোনো কোনোৱে নিচাত ডুব যায়। বহুতেই অচেতন হৈ পৰে। তাৰ পাছতেই এনচিবিৰ বিষয়াসকলে ইয়াৰে ১০জনক আটক কৰে।

এনচিবিৰ দলটোৱে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ক্ৰুজখনৰ পৰা তেওঁলোকে জব্দ কৰে কোকেইন, হাছিছ তথা এমডিএমএৰ দৰে ড্ৰাগছ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd