• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদত শ্বাহৰুখ তনয়! হোৱাটচএপ্ বাৰ্তালাপত ধৰা পৰিছে ড্ৰাগছ সম্পৰ্কীয় তথ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2021 12:26 pm
Aryan Khan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)য়ে এক ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ কৰা শ্বাহৰুখ তনয় আৰিয়ান খান সন্মুখীন হৈছে আন এক বিপদৰ।

আৰিয়ান খানৰ হোৱাটচএপ্ বাৰ্তালাপত ধৰা পৰিছে ড্ৰাগছৰ চোৰাং বেহাত জড়িত ব্যক্তিৰ লগত থকা সম্পৰ্ক।

ড্ৰাগছ বিৰোধী সংস্থাটোৱে আজি ৰাতিপুৱা আদালতত এক বিবৃতিত কয় যে আৰিয়ান খান ড্ৰাগছৰ উৎস আৰু বিদেশৰ কিছুমান ব্যক্তিৰ সৈতে সম্পৰ্কত আছিল, যিসকল ড্ৰাগছৰ অবৈধ কাৰবাৰৰ বাবে আন্তৰ্জাতিক ড্ৰাগ নেটৱৰ্কৰ এটা অংশ।

“হোৱাটছএপ চেটে প্ৰকাশ কৰিছে যে অভিযুক্ত আৰিয়ান খানে বৃহৎ পৰিমাণৰ কঠিন ড্ৰাগছৰ বাবে এজন বিদেশী নাগৰিকৰ সৈতে সম্পৰ্ক ৰাখিছিল।” তদন্তকাৰী সংস্থাটোৱে কয়।

Apply Now

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)য়ে আজি মুম্বাইৰ এখন আদালতত কয় যে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান অবৈধ ড্ৰাগস সৰবৰাহত লিপ্ত হৈছিল আৰু ড্ৰাগছ সংগ্ৰহ আৰু বিতৰণত জড়িত আছিল।

আনহাতে আৰিয়ান খানৰ হৈ তেওঁৰ অধিবক্তাই যুক্তি দিছিল যে জাহাজত ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত আৰিয়ান উপস্থিত নাছিল। ড্ৰাগছ ক্ৰয় কৰিবলৈ তেওঁৰ হাতত নগদ ধন নাছিল আৰু তেওঁৰ ওচৰত ড্ৰাগছ নাছিল।

“গ্ৰেপ্তাৰ কৰা সকলো অভিযুক্ত সকল পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত আৰু এজন অভিযুক্তক এককভাৱে বিবেচনা কৰিব নোৱাৰি।”— NCB এ কয়।

উল্লেখ্য যে ২৩ বছৰীয়া আৰিয়ান খানক তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু আন ছয়জনৰ সৈতে ২ অক্টোবৰত ক্ৰুজত ড্ৰাগছৰ অভিযানৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰিয়ান খানৰ উকীল অমিত দেশায়ে কয় যে যেতিয়া ছদ্মবেশত থকা বিষয়াসকলে জাহাজখনত এটা ৰেভ পাৰ্টিত অভিযান চলাইছিল তেতিয়া আৰিয়ানৰ ওচৰত কোনো ড্ৰাগছ পোৱা নাছিল। অভিযান আৰম্ভ হোৱাৰ সময়ত তেওঁ জাহাজতো উপস্থিত নাছিল বুলিও তেওঁ যুক্তি দিয়ে।এইটো এটা অযৌক্তিক আৰু মিছা অভিযোগ বুলি দাবী কৰে অধিবক্তাজনে।

তেওঁ লগতে দাবী কৰিছিল যে আৰিয়ান খান জাহাজত থাকোতে নগদ ধন নাছিল। সেয়েহে তেওঁ ড্ৰাগছ কিনা সম্ভৱ নহয়। আনহাতে NCB য়ে এই যুক্তি খাৰিজ কৰি কয় যে আৰিয়ান খানে তেওঁৰ ড্ৰাগছ আৰবাজ মাৰ্চেণ্টৰ পৰা সংগ্ৰহ কৰিছিল।

“যদিও কিছুমান অভিযুক্ত ব্যক্তিৰ পৰা নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হোৱা নাই, তথাপিও এনে ব্যক্তিৰ কাৰ্য্য আৰু ভুলৰ দ্বাৰা অপৰাধ আয়োগত তদন্তৰ আধাৰ হয়।” ব্যুৰো- এ কয়।

অবৈধ ক্ৰয় আৰু নিষিদ্ধ সামগ্ৰীবিতৰণৰ ক্ষেত্ৰত আৰিয়ান খানৰ ভূমিকা আছে। তদন্তত প্ৰাথমিক ভাৱে প্ৰকাশ পাইছে যে আৰিয়ান খানে আৰবাজৰ পৰা নিষিদ্ধ সামগ্ৰী সংগ্ৰহ কৰিছিল। আৰিয়ান আৰু আৰবাজ ঘনিষ্ঠ সহযোগিতাৰে জড়িত হৈ আছে।” সংস্থাটোৱে আদালতক কয়।

উল্লেখ্য যে, আৰিয়ানৰ পিতৃ-মাতৃ শ্বাহৰুখ খান আৰু গৌৰী খানে এতিয়ালৈকে তেওঁৰ গ্ৰেপ্তাৰ আৰু অভিযোগৰ ওপৰত কোনো মন্তব্য কৰা নাই। আনহাতে চলমান খান, ফাৰাহ খান আৰু হৃত্বিক ৰোশনৰ দৰে চলচ্চিত্ৰ উদ্যোগৰ বহু তাৰকাই শ্বাহৰুখ পৰিয়ালৰ সমৰ্থনত বক্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd