• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬.৭ কোটিতকৈয়ো অধিক ফেচবুক য়ুজাৰৰ তথ্য ফাদিল; সুৰক্ষিত নাছিল চাৰ্ভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2019 8:23 pm
Facebook-Logo-920x547

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচবুক এইবাৰ ইয়াৰ য়ুজাৰৰ ব্যক্তিগত গোপনীয়তাক লৈ প্ৰশ্নৰ সন্মুখীন হৈছে। সুৰক্ষা গৱেষক বব ডিয়াচেংকোই এটা ডাটাবেচ বিচাৰি পাইছে য’ত ২৬৭ মিলিয়ন ফেচবুক ব্যৱহাৰকাৰীৰ ডাটা ৰখা আছে।

সমস্যাটো হৈছে যিটো চাৰ্ভাৰত ডাটা (তথ্য) ৰখা হৈছে সেইটো সুৰক্ষিত নহয় আৰু পাৰ্ছৱৰ্ড প্ৰটেক্টেড নহয়।

Apply Now

বাতৰি অনুসৰি ২৬৭ মিলিয়ন য়ুজাৰৰ আই ডি, ফোন নম্বৰ আৰু নাম অনলাইনত ৰাজহুৱা হৈ পৰিছে।

উক্ত ডাটাবেচটো ইমানেই সুৰুঙাযুক্ত যে ইয়াক পাছৱৰ্ড তথা অথেন্টিকেশ্যন অবিহনে তথ্য আহৰণ কৰিব পাৰি।

গৱেষকৰ মতে ফেচবুকৰ এই ডাটা অবৈধ স্ক্ৰেপিং অপাৰেশ্যন বা ফেচবুক APIৰ অনৈতিক ব্যৱহাৰৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে।

আমেৰিকাৰ প্ৰযুক্তি সম্পৰ্কীয় Engadgetক ফেচবুকে কৈছে,’’ আমি এই বিষয়টো চাই আছো, কিন্তু আমি জনা মতে এই ডাটাসমূহ কেইবছৰ পূৰ্বৰে কিয়নো আমি ইয়াৰ মাজতে য়ুজাৰৰ তথ্য সুৰক্ষিত কৰিবলৈ সলনি কৰিছিলো।‘’

যদি ফেচবুকৰ এই ভাষ্য সত্য হয় তেতিয়াহ’লেও এই তথ্য ফাদিলে এজন সাধাৰণ য়ুজাৰৰ ব্যক্তিগত গোপনীয়তাৰ ক্ষেত্ৰত ডাঙৰ বিপদ আহিব পাৰে।

উক্ত ডাটাবেচৰ সন্ধান কৰা গৱেষক বব ডিয়াচেংকোই কয় যে এই ডাটাবেচৰ বিষয়ে সেই চাৰ্ভিছ প্ৰভাইডাৰক ৰিপ’ৰ্ট কৰা হৈছিল যিয়ে এই চাৰ্ভাৰৰ আই পি এড্ৰেছ মেনেজ কৰে। কিন্তু ডাটাবেচ দুসপ্তাহ পূৰ্বেই ৰাজহুৱা হৈছিল।

ডিয়াচেংকোই জানিবলৈ দিয়ে যে ফেচবুকৰ য়ুজাৰ ডাটা হেকাৰ ফ’ৰামৰ এক স্থানত ডাউনলোড লিংকৰ সৈতে আপলোড কৰা হৈছে।

আনহাতে, উক্ত ফেচবুক ডাটাৰ অনৈতিক ব্যৱহাৰ কৰা হৈছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অৱশ্যে হেকাৰে সাধাৰণতে এনেদৰে কোনো ব্যক্তিৰ একাউন্টৰ পৰা তথ্য সংগ্ৰহ কৰি অসৎ ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd