• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাট বিজেপিৰ কাৰ্যালয়ত কৰণী সেনাৰ প্ৰতিবাদ! ৰাজপুত-ক্ষত্ৰিয়ই জনালে বিজেপি বৰ্জনৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2024 9:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় এটা দশক পূৰ্বে গুজৰাটত পাটিদাৰ সম্প্ৰদায়ৰ সংৰক্ষণৰ দাবীত কৰা আন্দোলনে জোকাৰি গৈছিল। ঠিক অনুৰূপধৰণে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যত ৰাজপুত-ক্ষত্ৰিয়ৰ প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পাইছে। মঙলবাৰে ৰাজকোটৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাক বিশেষ জাতিৰ অপমান কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজপুত সংগঠন কৰণী সেনাৰ সদস্যসকলে গান্ধীনগৰৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰে।

কৰণী সেনাৰ সৰ্বভাৰতীয় সভাপতি ৰাজ শ্বেখাৱটে গান্ধীনগৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈছিল। কিন্তু আহমেদাবাদ বিমানবন্দৰ পোৱাৰ পাছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Apply Now

উল্লেখ্য যে, মোদী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰূপালা গুজৰাট বিজেপিৰ সভাপতি আছিল। মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁক কেন্দ্ৰীয় মন্ত্ৰীও কৰে। অভিযোগ অনুসৰি শেহতীয়াকৈ ৰূপালাই নিজৰ সমষ্টিত দলিত সভাত কয়, ‘আমাৰ ওপৰত বিদেশী মোগলেও শাসন কৰিলে। ইংৰাজেও কৰিলে। কিন্তু ৰাজপুত মহাৰাজসকলে বিদেশী শাসকসকলক প্ৰণাম কৰি ‘ৰুটি আৰু বেটি’ৰ ব্যৱসায় কৰিছিল। আমাৰ ৰুখী (গুজৰাট দলিত) সম্প্ৰদায়ে অৱশ্যে ধৰ্ম সলনি কৰা নাছিল বা ইংৰাজৰ লগত জড়িত নাছিল।’

এই ঘটনাৰ বাবে, কেৱল গুজৰাটতে নহয়, ৰাজস্থান, হাৰিয়ানা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশতো ইতিমধ্যে বিভিন্ন ৰাজপুত-ক্ষত্ৰিয় সংগঠনে বিজেপি বিৰোধী আন্দোলন আৰম্ভ কৰিছে। দেওবাৰে উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত ৰাজপুত আৰু ক্ষত্ৰিয় সম্প্ৰদায়ৰ জ্যেষ্ঠ সদস্যসকলে এখন মহাপঞ্চায়ত আহ্বান কৰে। ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ পৰাও ৰাজপুত-ক্ষত্ৰিয় প্ৰতিনিধি পঞ্চায়তলৈ আহে। তদুপৰি বিভিন্ন কৃষক সংগঠনৰ নেতা উপস্থিত থাকে। মহাপঞ্চায়তত কিষাণ মজদুৰ অৰ্গেনাইজেশ্যনৰ সভাপতি তথা ৰাজপুত সমাজৰ বিশিষ্ট নেতা ঠাকুৰ পূৰণ সিঙে বিজেপিক পৰাস্ত কৰিবলৈ শক্তিশালী বিৰোধী প্ৰাৰ্থীগৰাকীক সমৰ্থনৰ বাবে মুকলিকৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd