• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 4:31 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু অৰুণাচল প্ৰদেশ সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক লৈ টি এম পি কেৰ নেতা ভাৱেজ মিৰিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৯ আগষ্টত সংঘটিত এই অভূতপূৰ্ব ঘটনাত অসমৰ ৯ জনকৈ লোক আহত হয়। এই ঘটনাৰ গৰ্হণা কৰি মিৰিয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত থকা সীমান্ত বিবাদ হিংসাৰ সলনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰা উচিত। আমি ভাই-ভনীৰ দৰে শান্তিপূৰ্ণভাৱে কথা পাতি প্ৰতিটো সমস্যা সমাধান কৰা উচিত।

 ধেমাজি জিলাৰ মিংমাং বস্তিত অৰুণাচল প্ৰদেশৰ লোকে অসমৰ মাটি দখল কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত অসমৰ নজন লোক গুলিবিদ্ধ হয়। ভাৱেজ মিৰিয়ে জনায় যে সৌভাগ্যক্ৰমে কাৰো মূৰ বা ছাতীত গুলি লগা নাই, কিন্তু আহতসকলৰ কিছুমান এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শদিয়াৰ পৰা বুৰুলী অঞ্চললৈকে সমগ্ৰ বিষয়টো তেওঁলোকৰ সংগঠনে মনোযোগেৰে প্ৰত্যক্ষ কৰিছে আৰু ভুক্তভোগীসকলৰ বাবে ন্যায়ৰ দাবী জনাইছে। তেওঁ কয় যে অতীততো সীমান্তত সংঘাত হৈছিল, কিন্তু এইদৰে গুলীচালনা কৰা ঘটনা ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল।

Apply Now

 মিৰিয়ে দুয়োখন ৰাজ্যৰ ৰাইজক পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু সম্মান বজাই ৰাখিবলৈ অনুৰোধ জনায়। তেওঁ উল্লেখ কৰে যে অসমত যেতিয়াই অৰুণাচলৰ লোকসকল কোনো সমস্যাত পৰে, তেতিয়া অসমৰ ৰাইজে জাতি-জনগোষ্ঠী নোচোৱাকৈ তেওঁলোকক মৰম আৰু সন্মানেৰে নিজ ৰাজ্যলৈ ওভতাই পঠিয়ায়। অৰুণাচলৰ ৰাইজৰ পৰাও তেওঁলোকে একেই ভাতৃত্ববোধ আৰু সঁহাৰি আশা কৰে।

 ইফালে এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ শীৰ্ষ বিষয়াসকলে অৰুণাচল প্ৰদেশৰ বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখি ঘটনাৰ তদন্ত চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীক ৰাজ্যৰ মাটি সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছে আৰু উক্ত অঞ্চললৈ অতিৰিক্ত পুলিচ বাহিনী প্ৰেৰণ কৰিছে। এই সংঘাত দুয়োখন ৰাজ্য চৰকাৰৰ নহয়, বৰঞ্চ স্থানীয় মানুহৰ মাজৰ এক সংঘাত আছিল আৰু বৰ্তমান আলোচনাৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে। এই বিষয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ অসমৰ শিক্ষামন্ত্ৰীক দায়িত্ব দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd