• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পুষ্পা ২’ৰ আইটেম ছঙত আল্লু অৰ্জুনৰ সৈতে নৃত্য কৰিব শ্ৰদ্ধা কাপুৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2024 9:16 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুষ্পাই আকৌ বক্স অফিচত আলোড়ন তুলিবলৈ আহি আছে! পুষ্পা ফ্ৰেঞ্চাইজিৰ দ্বিতীয় পৰ্বৰ ঘোষণাৰ পিছৰে পৰাই দৰ্শকৰ মাজত উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে ছবিখনৰ প্ৰথম আভাস আৰু এটা গীত ওলাইছে যিয়ে দৰ্শকৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰিছে।

এইবাৰ আৰু এটা ডাঙৰ আপডেট আহিছে ‘পুষ্পা ২’ (Pushpa 2: The Rule) ছবিখনৰ বিষয়ে। শুনা গৈছে যে বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে এই ছবিখনত নৃত্যৰে চমক দিবলৈ গৈ আছে।

কোভিড পৰিস্থিতিৰ মাজতে ২০২১ চনত পুষ্পা অৰ্থাৎ ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনৰ প্ৰথম খণ্ড মুক্তি পায়। এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে। কেৱল ছবিখনেই নহয় এই ছবিখনৰ গীতবোৰো বিপুল হিট হৈছিল। ইয়াৰ ভিতৰত সামান্থা প্ৰভুৰ ছবিখনৰ আইটেম ছং ‘উ অন্তাভা’ই উত্তাপ বৃদ্ধি কৰিছিল।

Apply Now

লগতে পঢ়কঃ স্বামী-স্ত্ৰীয়ে একেলগে এইবোৰ কামবোৰ কৰা উচিত নহয়, কৈছে চাণক্য নীতিয়ে

এইবাৰ আহি আছে পুষ্পাৰ দ্বিতীয় খণ্ড অৰ্থাৎ ‘পুষ্পা ২: দ্য ৰুল’। এই ছবিখনতো প্ৰযোজকৰ এটা আইটেম গীত থাকিব। যিটো ছবিখনৰ প্ৰথম খণ্ডৰ আইটেম ছঙতকৈ ডাঙৰ হ’ব।

‘পুষ্পা ২: দ্য ৰুল’ ছবিখনৰ আইটেম ছঙত আল্লু অৰ্জুনৰ সৈতে কোনগৰাকী অভিনেত্ৰীক দেখা যাব তাক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। দিশা পাটানী, তৃপ্তি ডিমৰিকে ধৰি বহু অভিনেত্ৰীৰ নাম আইটেম ছঙৰ বাবে চৰ্চালৈ আহিছে। কিন্তু এইবাৰ আইটেম গীতটোৰ নতুন খবৰ চৰ্চালৈ আহিছে যে ‘পুষ্পা ২: দ্য ৰুল’ চিনেমাৰ আইটেম ছঙত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা যাব আল্লু অৰ্জুনৰ সৈতে।

‘স্ত্ৰী ২’ত সকলোকে মোহিত কৰাৰ পিছত এতিয়া শ্ৰদ্ধা কাপুৰে ‘পুষ্পা ২’ত নিজৰ মোহময়ী অৱতাৰ দেখুৱাবলৈ সাজু হৈছে। বৰ্তমান ‘স্ত্ৰী ২’ত শ্ৰদ্ধাৰ অভিনয়ক দৰ্শকে যথেষ্ট শলাগ লৈছে। অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা শীৰ্ষত উপনীত হৈছে। পুষ্পাৰ নিৰ্মাতাসকলে এই পৰিস্থিতিৰ সুযোগ লব বিচাৰিছে।

লগতে পঢ়কঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকৰ মৃত্যু

নেটিজেনসকলে অনুভৱ কৰে যে ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনত শ্ৰদ্ধা কাপুৰৰ অভিনয়ে দৰ্শকৰ মাজত উত্তেজনা দুগুণ বৃদ্ধি কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্মাতাসকলে। অহা ৬ ডিচেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব ‘পুষ্পা ২: দ্য ৰুল’। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দানাৰ কেমেষ্ট্ৰি পুনৰ এই ছবিখনত দেখা যাব। লগতে খলনায়ক চৰিত্ৰত থাকিব ফয়াদ ফচিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd