• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান

 কংগ্ৰেছ, বিজেপি আৰু নিৰ্দ্দলীয় প্ৰাৰ্থীয়ে সঘনে অনুষ্ঠিত কৰি আছে নিৰ্বাচনী সভা 

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 2, 2018 5:24 pm
IMG-20181201-WA0050
406
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে একাংশ নিৰ্দ্দলীয় প্ৰাৰ্থীয়েও পঞ্চায়ত দখলৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাতো পৰিলক্ষিত হৈছে৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই গাওঁ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কাৰী প্ৰত্যেক জন দলীয় প্ৰাৰ্থীয়ে তীব্ৰ গতিত প্ৰচাৰ চলাইছে ৷কংগ্ৰেছ দলৰ প্ৰাৰ্থী  শ্বাহ আলম, বিজেপি দলৰ ছাহাবুল হক, অগপ প্ৰাৰ্থী আইনুল হুছেইন আৰু নিৰ্দ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰই গাৱেঁ গাৱেঁ সভা সমিতি অনুষ্ঠিত কৰি ভোট বিচাৰি আছে৷

ইফালে, পঞ্চায়তখনৰ প্ৰতিটো ৱাৰ্ডত সভা অনুষ্ঠিত কৰি বিজেপি দলক জয়যুক্ত কৰাৰ আহ্বান জনাইছে বিজেপি দলৰ জিলা প্ৰভাৰী ডা° প্ৰদীপ ঠাকুৰীয়াই৷ পঞ্চায়তখনৰ টুলটুলিয়া পাৰাত অনুষ্ঠিত কৰা এখন সভাত প্ৰভাৰী ড০ প্ৰদীপ ঠাকুৰীয়াই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ছাহাবুল হক জয়ী হ’লে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত উপহাৰ দিয়াৰ লগতে দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে বিজেপি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে নিৰ্দ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰ, কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্বাহ আলম, অগপ প্ৰাৰ্থী আইনুদ্দিন আহমেদ আৰু আন এগৰাকী প্ৰাৰ্থী ৰমিজ ৰাজাইও ভোটাৰক আকৰ্ষণ কৰাৰ বাবে তীব্ৰ নিৰ্বাচনী অভিযান চলাইছে৷

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd