DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Asia’s richest woman loses half of her wealth: এবছৰৰ ভিতৰতে নিজৰ আধা সম্পত্তি হেৰুৱালে এছিয়াৰ আটাইতকৈ ধনী মহিলাগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 3:04 pm
ইয়াং হুয়ান।

ইয়াং হুয়ান।

138
VIEWS
Share on FacebookShare on Twitter

Asia’s richest woman loses half of her wealth তেওঁ এছিয়াৰ আটাইতকৈ ধনী মহিলা। নাম তেওঁৰ ইয়াং হুয়ান।কিন্তু যোৱা এবছৰত চীনা ব্যৱসায়ীগৰাকীয়ে তেওঁৰ সম্পত্তিৰ আধাতকৈও বেছি হেৰুৱাইছে। দৰাচলতে চীনৰ ৰিয়েল ইষ্টেট উদ্যোগটো বিধ্বস্ত হৈ পৰিছে। তাৰ ফলতে ইয়াং হুয়ান বিলিয়নেয়াৰৰ তালিকাৰ তললৈ অৱনমিত হৈছে।

চীনৰ ৰাসায়নিক ফাইবাৰ ব্যৱসায়ী ফেন হংৱেই এতিয়া এছিয়াৰ আটাইতকৈ ধনী মহিলা হোৱাৰ দৌৰত আগবাঢ়িছে।

চীনৰ সৰ্ববৃহৎ ৰিয়েল ইষ্টেট কোম্পানী হৈছে কান্ট্ৰি গাৰ্ডেন। ইয়াঙৰ সেই কোম্পানীটোত সৰ্বাধিক শ্বেয়াৰ আছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, যোৱা বছৰ ইয়াঙৰ সম্পত্তিৰ পৰিমান আছিল ২,৩৭০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় এক লাখ ৮৯ হাজাৰ কোটি টকা। এই বছৰ সেয়া ৫২ শতাংশ হ্ৰাস পাই ১,১৩০ কোটি ডলাৰ হৈছে।

বুধবাৰে ইয়াঙৰ কোম্পানীটোৱে জানিবলৈ দিছে যে ই শ্বেয়াৰ বিক্ৰী কৰি কোম্পানীটোলৈ নগদৰ যোগান বৃদ্ধি কৰিব। তেতিয়াই দেখা যায় যে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বজাৰত ১৫ শতাংশ হ্ৰাস পাইছে। ইয়াঙৰ পিতৃ কান্ট্ৰি গাৰ্ডেন কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল। ২০০৫ চনত ইয়াৰ মালিকীস্বত্ব ইয়াঙৰ হাতলৈ আহে।

চীনৰ ৰিয়েল ইষ্টেট উদ্যোগটোত ২০২০ চনৰ পৰা মন্দাৱস্থা চলিছে। বহুতো কোম্পানীয়ে আনকি বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱাৰিলে। তেওঁ সময়মতে ফ্লেটবোৰ ক্ৰেতাসকলক হস্তান্তৰ কৰিব পৰা নাই। ফলত গ্ৰাহকসকলো ক্ষুব্ধ হৈ পৰিছে।

উল্লেখ্য যে চীনৰ গড় উপাৰ্জনৰ ১৮ ৰ পৰা ৩০ শতাংশ আহে ৰিয়েল ইষ্টেট উদ্যোগৰ পৰা। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি চীনৰ এতিয়াও অন্যতম চালিকা শক্তি হৈ আছে এই উদ্যোগ।

Recent News

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd