• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপ’ল কোম্পানিৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ বিয়োগত অসমৰ উদ্যোগ জগতত শোক

এপ'ল কোম্পানিৰ ছাৰ্ট এতিয়াও বহুতৰ বাবে নষ্টালজিয়া; শ্ৰদ্ধাঞ্জলিৰে উপচিছে ছ'চিয়েল মিডিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2019 11:32 am

2 min read

Ashim Kumar Sarma_APOL

সদ্য প্ৰয়াত অসীম কুমাৰ শৰ্মা। ফটোৰ উৎস : ফেইচবুক।

1.1k
VIEWS
Share on FacebookShare on Twitter

এসময়ত অসমীয়া উদ্যোগীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এপ’ল (APOL- Assam Polyester Co-operative Society Limited) উদ্যোগৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ মৃত্যুহে ৰাজ্যত শোকৰ ছাঁ পেলাইছে। তেওঁৰ উদ্যমিতা আৰু জাতীয়তাবাদী ভাবাদৰ্শই এপ’ল কোম্পানিৰ বহুল পৰিচিতি আৰু সমাদৰ লাভত সহায় কৰিছিল।

১৯৮০ চনতে ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰ হিচাবে উত্তীৰ্ণ হৈও অসীম কুমাৰ শৰ্মাই কৰ্নেল উমাকান্ত শৰ্মাৰ উদ্যোগত স্থাপিত ৰাজ্যৰ সফল বস্ত্ৰ উদ্যোগটোত দেহে-কেহে খাটি ইয়াক সুপ্ৰতিষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। উদ্যোগটো পৰিচালনাৰ ক্ষেত্ৰত তেওঁ উমাকান্ত শৰ্মাৰ সোঁহাত স্বৰূপ আছিল।

উল্লেখযোগ্য যে উদ্যোগটোৰ সফলতাৰ এটা পৰ্য্যায়ত এপ’ল কোম্পানিৰ ছাৰ্ট প্ৰতিজন অসমীয়াৰ আদৰৰ বস্তু হৈ পৰাৰ উপৰি কোম্পানিটোৰ আঁৰৰ মানুহ হিচাপে তেওঁৰ নাম সকলোৰে মুখে মুখে আছিল।

এই উদ্যোগটোৰ প্ৰতি মানুহৰ মৰম আৰু সমৰ্থন এনেকুৱা আছিল যে এপ’ল কোম্পানিৰ ছাৰ্ট এতিয়াও বহুতৰ বাবে নষ্টালজিয়া। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত নষ্টালজিক হৈ পৰা লোকৰ শ্ৰদ্ধাঞ্জলিৰে উপচিছে ছ’চিয়েল মিডিয়া।

যোৱা ১৪ এপ্ৰিলত দিচপুৰ পলিক্লিনকত শৰ্মাৰ মৃত্যু হয়। গুৱাহাটী নিৱাসী আছিল যদিও তেওঁৰ আচল ঘৰ আছিল যোৰহাটৰ কেন্দুগুৰিত। তাতে তেওঁৰ ১৯৫৬ চনত জন্ম হৈছিল।

প্ৰচাৰবিমুখ আৰু নিৰ্জু প্ৰকৃতিৰ শৰ্মা বহুতো অসমীয়া উদ্যোগীৰ বাবে পথপ্ৰদৰ্শক আছিল। তেওঁ পত্নী, এগৰাকী কন্যা আৰু অন্যান্য আত্মীয়-স্বজনক এৰি গৈছে। শৰ্মাৰ মৃত্যু অসমৰ উদ্যোগ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd