• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ৰাষ্ট্ৰপতিক সাক্ষাৎ INDIA ৰ: মণিপুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবীৰে স্মাৰক পত্ৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 5:58 pm
Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় তিনিমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। সংঘটিত হৈছে নানা অমানুষিক হিংসাত্মক কাণ্ড, প্ৰাণঘাটি হৈছে শতাধিক লোকৰ। ৰাজ্যখনৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতি ৰাষ্ট্ৰীয় উদ্বেগ হৈ পৰিছে। কিন্তু তাৰ পিছতো নিৰুদ্বেগ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰ।

মণিপুৰৰ এই ভয়াৱহ সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক সংসদত মৌনতা ভংগ কৰিবলৈ দাবী তুলি আহিছে বিৰোধীয়ে। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবীৰে আজি বিৰোধী মিত্ৰজোঁট INDIA-ই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰে।

Apply Now

লগতে ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীক সংঘৰ্ষজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিবলৈও দাবী জনায় INDIA- ই। ৰাষ্ট্ৰপতিলৈ দাখিল কৰা স্মাৰক পত্ৰখনত বিৰোধী মিত্ৰজোঁটৰ ৩১ গৰাকী নেতাই লগতে হাৰিয়ানাৰ নুহত অব্যাহত থকা সাম্প্ৰদায়িক সংঘাতৰ বিষয়েও উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ দূৰত্বত সংঘটিত হোৱা এই ঘটনাক লৈও কেন্দ্ৰীয় চৰকাৰ চিন্তিত নহয় বুলি বিৰোধীয়ে অভিযোগ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰাৰ পিছতে INDIA- ৰ অন্যতম প্ৰধান অংগ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সংবাদ মাধ্যমক সম্বোধন কৰে।

শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা INDIA- ৰ অন্তৰ্ভুক্ত সাংসদসকলো প্ৰতিনিধি দলটোত আছিল বুলি উল্লেখ কৰি খৰ্গেই এই সাংসকসকলে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

বিৰোধী প্ৰতিনিধি দলটোৱে স্মাৰকপত্ৰখনত ৰাষ্ট্ৰপতি মুৰ্মুক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক জৰুৰীভাৱে সংসদত ভাষণ দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে আহ্বান জনায় আৰু তাৰ পিছত এই বিষয়ত বিস্তৃত আলোচনা হ’ব বুলি উল্লেখ কৰে।

INDIA- ৰ প্ৰতিনিধি দলটোৱে লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৃথক পৃথক সম্প্ৰদায়ৰ দুগৰাকী মণিপুৰী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd