• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম জাতীয়তাবাদী পৰিষদৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

সম্বৰ্ধনা জনোৱা হ'ব সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাধিক বিশিষ্ট ব্যক্তিক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 12, 2021 5:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতীয়তাবাদী ধাৰাক নতুন গতি প্ৰদান কৰা অসম জাতীয়তাবাদী পৰিষদৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন খন চলিত বৰ্ষৰ ২১ নৱেম্বৰ, দেওবাৰে গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰাংগনত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

সেইমৰ্মে অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।

Apply Now

অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তৰুণ দত্তই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে উক্ত দিনা পুৱা ৮ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰা হ’ব।

পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন্দ্ৰ চন্দ্ৰ দাসে।

পুৱা ৮.৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পদুম চন্দ্ৰ শৰ্মাই।

পুৱা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাত আগন্তুক দ্বি-বাৰ্ষিকৰ বাবে কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব।

১২.৩০ বজাত আহাৰ বিৰতি আৰু আবেলি দুই বজাত অনুষ্ঠিত হ’ব মুকলি অধিৱেশন,সম্বৰ্ধনা অনুষ্ঠান , আলোচনী উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান।

উক্ত অনুষ্ঠানতে অসমৰ এজন শ্ৰেষ্ঠ কৃষক,এজন সফল উদ্যোগী, ক’ভিড কালত শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা এজন চিকিৎসাকৰ্মী,এজন সম্ভাৱনাপূৰ্ণ খেলুৱৈ আৰু এগৰাকী শ্ৰেষ্ঠ অংগনবাড়ী কৰ্মীক অসম জাতীয়তাবাদী পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তৰুণ দত্তই জানিবলৈ দিছে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰিবলগীয়া অসম জাতীয়তাবাদী পৰিষদৰ ২০২১ বৰ্ষৰ বাৰ্ষিক আলোচনী খনৰ বাবে ইচ্ছুক লেখক-লেখিকাসকলক বিভিন্ন বিষয়ৰ লেখা [email protected] ই-মেইল আইডিত প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকগৰাকীয়ে আহ্বান জনাইছে।

উক্ত দিনা সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তৰুণ দত্তই ।

মুকলি অধিৱেশনত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

তেওঁলোক হ’ল ক্ৰমে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, জ্যেষ্ঠ শিল্পী তথা প্ৰৱক্তা ডঃ অনিমা চৌধুৰী,বড়ো সাহিত্যসভাৰ সভাপতি তৰেণ বড়ো,ছেটেলাইট চেনেল প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, সাহিত্যিক-কবি তথা বিষয় শিক্ষক দিলীপ বড়ো।

সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাবে উপস্থিত থাকিব সদ্য প্ৰয়াত শিল্পী ভিটালী দাসৰ কন্যা কমলিকা কাশ্যপ।

সংগঠনটোৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সকলো কাৰ্যসূচীতে উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন্দ্ৰ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক নিৰেন বেজবৰুৱাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd