• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ বান সাহায্য : সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে সাহায্য সামগ্ৰী সংগ্ৰহ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 7:13 am
asomsahityasabha-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত অসম সাহিত্য সভাই দুৰ্গত ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে। বানৰ কবলত পৰা বিভিন্ন অঞ্চলত যথাসাধ্য সাহায্য আগবঢ়োৱাৰ বাবে ততালিকে যাৱতীয় ব্যৱস্থা ল’বলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সংশ্লিষ্ট জিলা সাহিত্য সভা, শাখা সাহিত্য সভাসমূহক নিৰ্দেশ দিছে।

ইতিমধ্যে, অসম সাহিত্য সভাৰ বিভিন্ন পৰ্যায়ৰ সদস্যসকলেও ৰাজ্যখনৰ বিভিন্ন স্থানত দুৰ্গতক সহায় আগবঢ়াইছে ।

Apply Now

অসম সাহিত্য সভাৰ যোৰহাটৰ মুখ্য কাৰ্যালয়, গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয় আৰু সংশ্লিষ্ট জিলাসমূহৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে সদাশয় লোকে সাহায্য সামগ্ৰী দান কৰিব পাৰিব।

সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সংশ্লিষ্ট জিলা সাহিত্য সভাসমূহৰ সম্পাদকক এইক্ষেত্ৰত যাৱতীয় উদ্যোগ লৈ তেওঁৰ নেতৃত্ব আৰু তদাৰকত এই সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে ।

তদুপৰি, অসম সাহিত্য সভাৰ দুৰ্যোগ প্ৰশমন তথা সাহায্য পুঁজিৰ নিৰ্দিষ্ট একাউণ্ট নম্বৰত যথাসাধ্য বৰঙণি আগবঢ়ালৈ ইচ্ছুক সদাশয় লোক তথা দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনাইছে সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

এপেক্স বেংক গুৱাহাটী শাখা (IFSC Code HDFCC0CACABL)ৰ 391042010030967 একাউণ্ট নম্বৰত ‘প্ৰধান সম্পাদক, অসম সাহিত্য সভা’ই পাব পৰাকৈ ধন জমা দিবলৈ অনুৰোধ কৰা হৈছে।

আনহাতে, অসমৰ এই বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰীভাৱে আগবঢ়োৱা সাহায্য প্ৰকৃত দুৰ্গতজনে যাতে লাভ কৰে আৰু সাহায্য ধনৰাশিৰ উচিত ব্যৱহাৰ নিশ্চিত কৰিবলৈও অসম সাহিত্য সভাই ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

বানপানী শুকোৱাৰ পাছত কোনো অঞ্চলত যাতে বেমাৰ-আজাৰে মহামাৰীৰ ৰূপ ল’ব নোৱাৰে তাৰ প্ৰতি সতৰ্কতামূলক ব্যৱস্থা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম সাহিত্য সভাই।

বিজ্ঞানসন্মতভাৱে অসমৰ বানপানী, গৰাখহনীয়াৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত ফলপ্ৰসু ব্যৱস্থা লোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাতো অসম সাহিত্য সভাই উদ্বিগ্নতা প্ৰকাশ কৰিছে।

অসমবাসীয়ে দাবী কৰি অহাৰ দৰে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি খৰালিকালত যাৱতীয় ব্যৱস্থা নলৈ কেৱল বানপানীৰ সময়ত নিয়মমাফিক ঘোষণা বা সাহায্য প্ৰদানৰ গতানুগতিক প্ৰক্ৰিয়াতো  অসম সাহিত্য সভাই উদ্বিগ্নতা প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd