• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 9, 2019 2:53 pm

2 min read

index

শুকুৰবাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

670
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান কৰিব।

অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

সংবাদমেলত উপস্থিত সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, গোপাল জালানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পোনপ্ৰথমবাৰৰ বাবে সাহিত্য সভাই ভ্ৰাম্যমাণ নাট্য পৰিমণ্ডলেৰে মৈত্ৰীবন্ধনৰ সহযোগত প্ৰদান কৰিব এই বঁটা।

১১ আগষ্টত দিনৰ ১১ বজাত নলবাৰীৰ নাট্য মন্দিৰত এই বঁটা প্ৰদান কৰা হ’ব।

আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা।

তদুপৰি, ২০১৮-১৯ নাট্যবৰ্ষৰ কেইবাগৰাকী নবীন-প্ৰবীণ নাট্যশিল্পীক নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালকৰ লগতে কেইবাটাও বঁটা প্ৰদান কৰা হ’ব।

দৰ্শকক আমোদ দিয়াৰ বাবে তৰল নাট প্ৰদৰ্শন কৰাসকলৰ বিৰুদ্ধে সাহিত্য সভাই ব্যৱস্থা ল’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ড০ ৰাজবংশীয়ে।

ইপিনে, “অসমীয়া ভাষাৰ প্ৰায় ৭ লাখ প্ৰাচীন নাটক বিলুপ্ত হৈ গৈছে” বুলিও উল্লেখ কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

“নাটকৰ পৰম্পৰাটো সুস্থ হিচাপে গঢ়িব নোৱাৰিলে নেতিবাচক দিশে গতি কৰিব” ড০ ৰাজবংশীয়ে এইদৰে কয়।

আনহাতে, “ভ্ৰাম্যমাণৰ নাটকসমূহ লিখিত ৰূপত ৰাখি নাট্য সাহিত্যক চহকী কৰিব লাগিব” বুলি উল্লেখ কৰি সভাপতি ৰাজবংশীয়ে লগতে কয়, “সেয়ে অসম সাহিত্য সভাই এই প্ৰচেষ্টা হাতত লৈছে।”

তদুপৰি, নবীন নাট্যকাৰ সকলক লৈ এক কৰ্মশালা অতি সোনকালেই আয়োজন কৰিব বুলিও তেওঁ জনায়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd