• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভৱানীপ্ৰসাদ অধিকাৰীলৈ আগবঢ়োৱা হৈছে অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2021 2:57 pm

1 min read

Bhabani Prasad Adhikari

ভৱানীপ্ৰসাদ অধিকাৰী। ফটো সৌজন্য: য়ুটিউব।

303
VIEWS
Share on FacebookShare on Twitter

পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক তথা সমালোচক ভৱানীপ্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

১৯৪৩চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাওঁত জন্ম গ্ৰহণ কৰা অধিকাৰীয়ে পঢ়াশলীয়া দিনৰে পৰা নিৰৱিছিন্নভাবে সাহিত্য চৰ্চা কৰি আহিছে ।

ভাষা-ভাষাতত্ত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনামূলক প্ৰবন্ধকাৰ ৰূপে অধিকাৰী খ্যাতিমান।

index

মননশীল, চুটিগল্প, কবিতা,গীতৰ উপৰি অধিকাৰীয়ে নাট্য চৰ্চাও কৰি আহিছে। অধিকাৰীয়ে ভালেমান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে।

সাম্প্ৰতিক কালৰ অসমৰ আগশাৰীৰ প্ৰায়বোৰ বাতৰিকাকত, আলোচনীৰ তেওঁ নিয়মীয়া লেখক।

১৬ মাৰ্চত বকোৰ চমৰীয়া সত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সত্ৰ মহাসভাৰ সেতুবন্ধ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক উক্ত বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্তই ।

Recent News

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd