• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এখন শুদ্ধ এন আৰ চি বিচাৰি ভাৰতৰ মহাপঞ্জীয়ক, যুটীয়া সচিৱলৈ স্মাৰক পত্ৰ প্ৰেৰণ এ বিএমছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 10:54 am
ABMSU-570x320

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে সোমবাৰে কোকৰাঝাৰৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে। ফটো : নৰ্থইষ্ট নাও

110
VIEWS
Share on FacebookShare on Twitter

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কোকৰাঝাৰ জিলা সমিতিয়ে এখন শুদ্ধ তথা সম্পূৰ্ণ এন আৰ চিৰ দাবীত সোমবাৰে কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ (উত্তৰ-পূব) গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিৱ, ভাৰতৰ মহাপঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে জাইদুল ইছলাম আৰু আমিৰ আলিয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে যে যিসকল ব্যক্তিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰিছে তেওঁলোকে তেওঁলোকৰ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰসমূহত আৱেদন জনাব পাৰিব।

‘’ এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা এনে বহু লোক দুখীয়া, নিৰক্ষৰ আৰু আইন তথা প্ৰক্ৰিয়া সম্পৰ্কে অজ্ঞাত। গতিকে নাম বাদ পৰা সম্পৰ্কত কাৰণ জানিৱলৈ এনে লোকসকলক আৱেদন জনাৱলৈ কোৱাটো অযুক্তিকৰ আৰু ন্যায়সংগত নহয়,’’-স্মাৰক পত্ৰখনত কোৱা হৈছে।

‘’ডি-ভোটাৰৰ বংশধৰ তথা পৰিয়ালৰ সদস্য যিসকল ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা অনুসৰি যোগ্য তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা উচিত,’’- এবিএমছুৱে দাবী কৰিছে।

ইছলাম আৰু আলিয়ে কয় যে এক বৃহৎ সংখ্যক দুখীয়া, নিৰক্ষৰ যিসকল অতি সাধাৰণ লোক এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে, তেনে লোকসকল এন আৰ চি প্ৰস্তুতকৰণৰ দিশত থকা নীতি নিৰ্দেশনা তথা আইনী প্ৰক্ৰিয়া সম্পৰ্কে সজাগ নহয়।

‘’ সেয়েহে অধিবক্তা অথবা তেওঁলোকৰ হৈ কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তিক তেনে ব্যক্তিসকলৰ বাবে পৰীক্ষণ তথা শুনানিৰ সময়ত প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিব লাগে,’’-ইছলাম আৰু আলিয়ে লগতে কয়।

 

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd