• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অন্ত পৰিল এক প্ৰচুৰ সম্ভাৱনাৰ; দুৰ্ঘটনাত নিহত সুব্ৰতাক শেষ বিদায় আত্মীয়-সতীৰ্থৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 1:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্নজনে এক শোকাকুল পৰিৱেশৰ মাজৰে সুব্ৰতা বৰাক শেষ শ্ৰদ্ধাঞ্জলি জনালে।

সোমবাৰে ডিমৌত সংঘটিত হৃদয় বিদাৰক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী সুব্ৰতা বৰাই।

Apply Now

ডিফু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহকাৰী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ জ্যেষ্ঠ সন্তান আছিল সুব্ৰতা। অসম কৃষি বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে গৱেষণা কৰি থকা সুব্ৰতাক পিতৃয়ে তুলি থৈ আহিছিল অভিশপ্ত ট্ৰেভেলাৰখনত।

কিছুদিনৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা বুটলবিলৈ সক্ষম হৈছিল মেধাৱী ছাত্ৰী সুব্ৰতা বৰাই। সুব্ৰতাৰ আছিল বহু সপোন কিন্তু ট্ৰেভেলাৰ যাত্ৰাই কাল হ’ল সুব্ৰতাৰ বাবে।

সহপাঠীসকলৰ মাজত খুবেই জনপ্ৰিয় সুব্ৰতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে যোৰহাট, ডিব্ৰুগড়ত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

ইফালে সুব্ৰতাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডা০ লোহিত চন্দ্ৰ বৰা আৰু পলাশ দেৱ নাথ আহি মেধাৱী ছাত্ৰী গৰাকীৰ ডিব্ৰুগড়ৰ মিলননগৰৰ বাসগৃহত উপস্থিত হয়হি।

সোমবাৰে সন্ধিয়া সুব্ৰতাৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত বহু লোকে ছাত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত এক শোকাকলু পৰিৱেশৰ মাজত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

মেধাৱী ছাত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগে লগে অন্ত পৰিল এক প্ৰচুৰ সম্ভাৱনাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd