• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰ সাজু : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হ’ব তপন ডেকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 12:59 pm
EC2_Ep-U0AA5S0l

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ পথত সুদক্ষ আৰক্ষী বিষয়া তপন ডেকা। ফটো : টুইটাৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অহা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।

অহা ১ ছেপ্টেম্বৰত ৰাজ্যখনত এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্বভাৰ গ্ৰহণ কৰিব।

Apply Now

চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তপন ডেকাক পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

আনুষ্ঠানিকভাৱে আৰক্ষী বিষয়াগৰাকীক এতিয়ালৈকে জনোৱা হোৱা নাই যদিও  মঙলবাৰে এই সন্দৰ্ভত গোটেই বিষয়টো স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান আই বিৰ উত্তৰ-পূবৰ যুটীয়া সঞ্চালক হিচাপে কৰ্মৰত।

তেওঁ দেশৰ শীৰ্ষ চোৰাংচোৱা হিচাপে ৱাশ্বিংটনত থকাৰ উপৰি আই বিৰ আন্ত:ৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী গোটৰ নেতৃত্বত আছিল।

অসম আন্দোলনকালীন সময়ছোৱাত এগৰাকী আছু নেতা হিচাপে পৰিচিত ডেকা এগৰাকী অত্যন্ত মেধাবী ছাত্ৰ আছিল।

নতুন দিল্লীত উচ্চ শিক্ষা সম্পূৰ্ণ কৰা তপন ডেকাই প্ৰথমবাৰতেই ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে।

হিমাচল কেডাৰৰ আই পি এছ বিষয়া ডেকাই ১৯৯৩-২০০১লৈ আলফা জড়িত উগ্ৰপন্থী বিৰোধী অভিযানৰ তদাৰক কৰিছিল।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ প্ৰিয়পাত্ৰ ডেকাই ১৯৯৮ চনৰ পৰাই চোৰাংচোৱা সংস্থাত সেৱা আগবঢ়াই আহিছে।

বৰ্তমান চোৰাংচোৱা সংস্থাৰ অতিৰিক্ত সঞ্চালক হিচাপে পদোন্নতি পোৱা ডেকাই নতুন দিল্লীলৈ যোৱাৰ কথা আছিল।

তেজপুৰৰ বাসিন্দা তপন ডেকা বৰ্তমান গুৱাহাটীত পৰিয়ালসহ চৰকাৰী আৱাসত থাকে।

এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তপন ডেকাক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিলে বিগত দিনত চৰ্চা লাভ কৰি অহা আৰক্ষী বিষয়াসকলৰ সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব।

উল্লেখযোগ্য যে ২০২৩ চনৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া তপন ডেকাই দীৰ্ঘদিন ধৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ৰাজ্যখনক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd